• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 17, 2022 3:14 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনলৈ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিলে ভাৰতৰ কেৰালাৰ এজন লোকে।চাইকেল চলাই লোকজনে ৩০,০০০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ থিৰাং কৰিছে। কেৰালাৰ এই লোকজনে ৩৫ খন দেশ চাইকেল চলাই অতিক্ৰম কৰি লণ্ডনত উপস্থিত হোৱাৰ সিদ্ধান্ত লৈছে।

এই লোক জনৰ নাম ফৈজ আশ্ৰাফ আলী। লোকজনে দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ অংশ হিচাপে ইয়াৰ কেৰালাৰ ৰাজধানীৰ পৰা লণ্ডনলৈ তেওঁৰ চাইকেল অভিযান আৰম্ভ কৰে৷ কেৰালাৰ শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়ে এক অনুষ্ঠানত চাইকেল ভ্ৰমণৰ শুভাৰম্ভ কৰে। ইকো হুইলাৰ্ছে “ফ্ৰম হাৰ্ট টু হাৰ্ট” শ্লোগানেৰে আয়োজন কৰা এই চাইকেল যাত্ৰা সম্পূৰ্ণ হ’বলৈ কমেও ৪৫০ দিন লাগিব।, এই অভিযানৰ উদ্দেশ্য হৈছে বিশ্বৰ দেশসমূহৰ মাজত শান্তি স্থাপনৰ বাৰ্তা বহন কৰা ।

Apply Now

আলিয়ে ৩৫ খন দেশৰ মাজেৰে ৩০,০০০ কিলোমিটাৰ অতিক্ৰম কৰিব আৰু ৪৫০ দিনৰ ভিতৰত লণ্ডনত উপস্থিত হ’ব বুলি আশা কৰা হৈছে। যিহেতু পাকিস্তান আৰু চীনে তেওঁক ভিছা প্ৰদান কৰা নাছিল, চাইকেল আৰোহীজনে তেওঁৰ ভ্ৰমণৰ সময়ত এই দেশবোৰৰ মাজেৰে নোযোৱাৰ সিদ্ধান্ত লৈছে।

চাইকেলেৰে মুম্বাই পোৱাৰ পিছত আলীয়ে ওমানলৈ বিমানত উঠিব আৰু তাৰ পৰা তেওঁ যাত্ৰা অব্যাহত ৰাখিব । চৌদি আৰৱ, বাহৰেইন, কুৱেইট, ইৰাক, ইৰাণ আৰু তুৰ্কীকে ধৰি দেশসমূহৰ মাজেৰে তেওঁ চাইকেলেৰে ভ্ৰমণ কৰিব। তেওঁ ইউৰোপীয় দেশসমূহৰ মাজেৰেও চাইকেল চলাই যাব।

লণ্ডন পোৱাৰ আগতে বুলগেৰিয়া, ৰোমানিয়া, ইউক্ৰেইন, অষ্ট্ৰিয়া, ইটালী, জাৰ্মানী আৰু ফ্ৰান্সকে ধৰি ভালে কেইখন দেশৰ মাজেৰে তেওঁ চাইকেল চলাই যাব। ৩৪ বছৰীয়া যুৱকজনে উইপ্ৰ’ত চাকৰি কৰিছিল যদিও এই অভিযানৰ বাবেই তেওঁ চাকৰি এৰি দিছে। ২০১৯ চনত তেওঁৰ কোজিকোডৰ পৰা ছিংগাপুৰলৈ চাইকেল চলাই গৈছিল।ৰোটাৰী ইণ্টাৰনেচনেলে আলীৰ যাত্ৰাত সহায় কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd