• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 19, 2022 1:26 pm
CBI raids Manish Sisodia
176
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ আম আদমী পাৰ্টি (আপ) চৰকাৰৰ সুৰা নীতিৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- এ ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত তালাচী অভিযান আৰম্ভ কৰিছে।

চিছ’দিয়াৰ বাসগৃহৰ উপৰিও চিবিআইয়ে সাতখন ৰাজ্যৰ আন ২০ টা স্থানতো তালাচী অভিযান চলাইছে।

ইতিপূৰ্বে তদন্ত সংস্থাটোৱে আপ চৰকাৰে বিগত বৰ্ষৰ নৱেম্বৰত আৰম্ভ কৰা দিল্লী আবকাৰী নীতিত দুৰ্নীতিৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছিল।

এই গোচৰটোৰ সন্দৰ্ভত দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত এ গোপীকৃষ্ণৰ দমন-দিউৰ বাসভৱনতো অনুসন্ধান চলাইছে চিবিআই- এ।

আপ চৰকাৰে যোৱা বছৰ নৱেম্বৰত নতুন আবকাৰী নীতি আৰম্ভ কৰিছিল আৰু এই নীতিৰ অধীনত সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ ব্যক্তিগত ব্যৱসায়ীলৈ হস্তান্তৰ কৰিছিল।

ইফালে চিবিআইৰ তালাচী অভিযানৰ পাছতে মনীষ চিছ’দিয়াই এক টুইটযোগে চিবিআই অভিযানৰ কথা সদৰী কৰি অভিযানত সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

চিছ’দিয়াই লগতে তেওঁৰ বিৰুদ্ধে অভিযানত কোনো দুৰ্নীতিৰ প্ৰমাণ লাভ নকৰে বুলি দাবী কৰে। চিছ’দিয়াই স্বাস্থ্য আৰু শিক্ষা খণ্ডত দিল্লী চৰকাৰে কৰা উৎকৃষ্ট কামৰ দ্বাৰা অসুবিধাত পৰিয়ে কেন্দ্ৰীয় চৰকাৰে এই ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ কৰে।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও চিবিআইৰ অভিযানক স্বাগতম জনাইছে। এই অভিযানত সম্পূৰ্ণ সহযোগিতা থাকিব বুলি মন্তব্য কৰে কেজৰিৱালে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে পূৰ্বেও এনে বহু কেইটা অভিযান চলোৱা হৈছিল যদিও কোনো প্ৰমাণ ওলোৱা নাছিল। এই অভিযানতো কোনো অনিয়মৰ প্ৰমাণ নাপায় বুলি চিছ’দিয়াৰ দৰেই কেজৰিৱালেও দাবী কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে বিৰোধী ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে অভিযান চলোৱাক কেন্দ্ৰ কৰি কেজৰিৱালে কিছুদিন পূৰ্বে মনীষ চিছ’দিয়াও এনে অভিযানৰ পৰৱৰ্তী লক্ষ্য হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল।

Recent News

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসম বিজেপিৰ প্ৰাৰ্থী ঘোষণা, কনাড পুৰকায়স্থক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

দিনটোত ১০ ঘণ্টাৰ কৰ্মৰ সময়! অন্ধ্ৰ চৰকাৰে ৯ ঘণ্টাৰ পৰা বৃদ্ধি কৰিলে কামৰ সময়

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতত হ্ৰাস পাইছে দৰিদ্ৰতাৰ হাৰঃ পিছে সমালোচকে কি কয়?

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

ইছৰ’ৰ বাণিজ্যিক শাখা এণ্ট্ৰিক্সৰ বিৰুদ্ধে ১.২৯ বিলিয়ন ডলাৰৰ গোচৰ আগবঢ়াই নিয়াৰ নিৰ্দেশ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd