• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বাস্থ্য কেন্দ্ৰত আজৱ ঘটনা; আহত মহিলাৰ ক্ষতস্থানত কণ্ড’মৰ পেকেটেৰে বেণ্ডেজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2022 9:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Woman’s head wound dressed with condom বিজেপি শাসিত মধ্য প্ৰদেশৰ এটা স্বাস্থ্য কেন্দ্ৰৰ অসহায় অৱস্থা দেখি হতবাক হৈ পৰিছে স্বয়ং ৰাজ্যখনৰ স্বাস্থ্য বিভাগ। মূৰত আঘাত প্ৰাপ্ত এগৰাকী মহিলাক প্ৰাৰম্ভিক চিকিৎসাৰ পিছত স্বাস্থ্য কেন্দ্ৰৰ পৰা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। জিলা চিকিৎসালয়ৰ চিকিৎসকসকলে দেখিলে যে তেজ বন্ধ কৰিবলৈ ৰোগীৰ মূৰত গজ-বেণ্ডেজৰ সৈতে কণ্ড’মৰ এটা খালী পেকেটো চিলাই কৰি দিয়া হৈছে।

এই ঘটনা সন্দৰ্ভত স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দোষীক নিলম্বিত কৰা হৈছে।

লগতে পঢ়ক: সৰ্বনাশ কাণ্ড! ৱেব চিৰিজ চাই বন্দুক ক্ৰয় কৰিলে এজন কিশোৰে; বন্ধুবৰ্গক ভয় খুৱাবলৈ গৈ হ’ল গ্ৰেপ্তাৰ

Apply Now

ৰেশ্মা বাই নামৰ এগৰাকী মহিলা মূৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ মোৰেনাৰ পোৰ্চা কমিউনিটি হেল্থ চেণ্টাৰলৈ আহিছিল। স্বাস্থ্য কেন্দ্ৰত উপস্থিত থকা এজন চিকিৎসক আৰু তেওঁৰ সহায়কে লগে লগে তেওঁৰ ৰক্তক্ষৰণ বন্ধ কৰাৰ ব্যৱস্থা কৰে। সেই সময়ত গজ-বেণ্ডেজৰ সৈতে মহিলাগৰাকীৰ মূৰত কণ্ড’মৰ এটা খালী পেকেটো চিলাই কৰি দিয়া হয়।

যেতিয়া ৰোগীজনক মোৰেনা জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়,তেতিয়াই বিষয়টো পোহৰলৈ আহে। তাত থকা চিকিৎসকজনে নতুন ড্ৰেছিং কৰিবলৈ ক্ষতস্থানটো চাই দেখা পায় যে মুৰট কণ্ড’মৰ পেকেট গাঁঠি দি বেণ্ডেজ কৰা হৈছে।

বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰাজ্যখনৰ স্বাস্থ্য বিভাগত জোকাৰণিৰ সৃষ্টি হয়। প্ৰাথমিক তদন্তত জানিব পৰা যায় যে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক আৰু সহায়কে এই ঘটনাটো ঘটাইছে।

লগতে পঢ়ক: ঋণ বিচৰা গ্ৰাহকক ব্লেকমেইল কৰি ৫০০ কোটি টকা সৰকোৱা চক্ৰ উৎখাত; ২২ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

জিলা স্বাস্থ্য বিষয়া ডাঃ ৰাকেশ মিশ্ৰাই কয়, “মহিলাগৰাকী ধৰ্মগড়ৰ পৰা চিকিৎসাৰ বাবে আহিছিল। ডাঃ ধৰ্মেন্দ্ৰ ৰাজপুত জৰুৰীকালীন কৰ্তব্যত নিয়োজিত আছিল। তেওঁৰ সৈতে ৱাৰ্ড বয় অনন্ত ৰাম আছিল। চিকিৎসকে ক্ষতস্থানৰ তেজ বন্ধ কৰিবলৈ সহকাৰী ৱাৰ্ড বয়ৰ পৰা ততাতয়াকৈ কাৰ্ড বোৰ্ডৰ দৰে কিবা বিচাৰে। অনন্ত ৰামে চিকিৎসকক কাৰ্ড বোৰ্ডৰ সলনি কণ্ড’মৰ পেকেট এটা দিয়ে। ইয়াৰ ফলতেই এই দুৰ্ভাগ্যজনক ঘটনা ঘটে।

Little did the medical professional at Morena District Hospital in Madhya Pradesh realise that he would discover a condom wrapper inside the bandage of a woman's head injury.#MadhyaPradesh #Morena #madhyapradesh_ig #doctor #doctorlife #condom #condoms #condomchallenge #medical pic.twitter.com/s19V19JDmH

— amit ind (@amitbhatiind) August 20, 2022

বাতৰি অনুসৰি, ঘটনাটোৰ সন্দৰ্ভত পোৰ্চা স্বাস্থ্য কেন্দ্ৰৰ সহায়কক নিলম্বিত কৰা হৈছে। ঘটনাটো যে ব্যক্তিগত হাস্পাতালত নহয়, চৰকাৰী স্বাস্থ্য কেন্দ্ৰতহে সংঘটিত হৈছিল সেয়া স্পষ্ট হোৱাৰ পিছতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ অস্বস্তিত পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd