• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে মৰমৰ দুমহলীয়া ঘৰটো ভঙাৰ সলনি ৫০০ ফুট ঠেলি পিচুৱাই নিলে এইজন কৃষকে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 21, 2022 4:42 pm
260
VIEWS
Share on FacebookShare on Twitter

প্ৰযুক্তিয়ে এতিয়া মানুহক বহু ভাবিব নোৱাৰা কামো কৰিবলৈ সমৰ্থ কৰি তুলিছে। পঞ্জাৱৰএজন কৃষক সুখবিন্দৰ সিং সুখী। এই কৃষকজনে চাংৰুৰৰ ৰোশনৱালা গাঁৱত নিৰ্মাণ কৰা দুমহলীয়া ঘৰটো ভাঙি পেলোৱাৰ সলনি প্ৰযুক্তিৰ সহায় ৫০০ ফুট পিচুৱাই নিছে।দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ বাবে মাটি অধিগ্ৰহণ কৰিব বিচৰাত বিমোৰত পৰিছিল কৃষক জন।

কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে প্ৰয়োজন হোৱা মাটি খিনিতেই সজা হৈছে তেওঁৰ দুমহলীয়া ঘৰটো। পঞ্জাৱ চৰকাৰে ঘৰটো ভঙাৰ বাবে সুখীক ক্ষতিপূৰণ দিবলৈ সাজু আছিল। কিন্তু তেওঁ ঘৰটো ভাঙিবলৈ অস্বীকাৰ কৰে। তেওঁ ঘৰটো ভাঙি পেলোৱাৰ পৰিৱৰ্তে আন ঠাইলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লয়।

সুখীয়ে কয় ” মই ঘৰটো স্থানান্তৰ কৰিলৈ সিদ্ধান্ত ল’লো। দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ পবাবে মাটিৰ প্ৰয়োজন হোৱাত মোৰ ঘৰটো ভাঙিবলৈ কোৱা হৈছিল। মোক ক্ষতিপূৰণ আগবঢ়োৱা হৈছিল ।কিন্তু মই ঘৰটো ভাঙিব নিবিচাৰো। মইঘৰটো নিৰ্মাণ কৰিবলৈ প্ৰায় ১.৫ কোটি টকা খৰচ কৰিছো। সেয়ে ঘৰটো স্থানান্তৰিত কৰাৰ ব্যৱস্থাহে হাতত ল’লো” ।

সুখীয়ে নিৰ্মাণ শ্ৰমিকৰ সহায়ত ঘৰটো ২৫০ ফুট স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে। ঘৰটো মুঠ ৫০০ ফুট পিচুৱাই নিয়া হ’ব।ঘৰটো পিচুৱাই নিয়াৰ কাম এজন ব্যক্তিগত ঠিকাদাৰক দিয়া হৈছে।

ঘৰটো পিচুৱাই নিয়াৰ কাম যোৱা দুমাহ ধৰি চলি আছে আৰু সম্পূৰ্ণ হ’বলৈ আৰু দুমাহ লাগিব। শ্ৰমিকসকলে ঘৰটো প্ৰতিদিনে প্ৰায় ১০ ফুট স্থানান্তৰ কৰিবলৈ সক্ষম হৈছে।

ঘৰটো স্থানান্তৰ কৰিবলৈ ব্যয় হ’ব প্ৰায় ৫০ লাখ টকা হ’ব। মানুহে ঘৰটো কেনেদৰে পিচুৱাই নিয়া হৈছে সেয়া চাবলৈ তাত ভিৰ কৰা পৰিলক্ষিত হৈছে। দিল্লী-অমৃতসৰ-কাটৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈছে পঞ্জাৱ হৈ দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈ নিৰ্মাণ কৰিবলগীয়া এটা পথ।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd