• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Congress president election কংগ্ৰেছৰ সভাপতি পদৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী ৰাহুল গান্ধী! গান্ধী পৰিয়ালৰ উদ্ধাৰত ব্যস্ত বহু নেতা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 29, 2022 5:11 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু বছৰৰ পিছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হ’ব। খবৰটোৱে কংগ্ৰেছৰ তৃণমূলকৰ্মীসকলক উৎসাহিত কৰি তুলিছিল। গান্ধী পৰিয়ালৰ হাতোৰাৰ পৰা কংগ্ৰেছক মুক্ত কৰিব বিচৰাসকলো এই খবৰত সুখী হৈছিল। কিন্তু শেহতীয়া খবৰ অনুসৰি কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাই ৰাহুল গান্ধীকেই পুনৰ দলৰ সভাপতি পতাৰ বাবে উঠি-পৰি লাগিছে।

তেনে নেতাসকলৰ ভিতৰত মল্লিকাৰ্জুন খাৰ্গেকে ধৰি আন কেইবাজনো নেতা আছে। কংগ্ৰেছৰ সভাপতি পদৰ দাবীদাৰ অশোক গেহলটেও শেষ মুহূৰ্তলৈকে ৰাহুলকেই পভাপতি হ’বলৈ জোৰ দি যাব বুলি কৈছে। এই নেতাসকলে দাবী কৰিছে যে দেশৰ জনতাই যিহেতু ৰাহুল গান্ধীক ভালদৰে চিনি আৰু বুজি পায় সেয়ে কংগ্ৰেছৰ সভাপতি পদৰ প্ৰথম পছন্দৰ প্ৰাৰ্থী ৰাহুল গান্ধীয়েই হ’ব লাগে। উল্লেখ্য কংগ্ৰেছে দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। ১৯ নৱেম্বৰত লভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা।

Apply Now

সেই দিনাই দেশৰ পুৰণি দলটোৱে নতুন সভাপতি বাছনি কৰিব।দেওবাৰে নতুন দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে নিৰ্বাচনৰ দিন থিৰাং কৰা হয়। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ।উল্লেখ্য কংগ্ৰেছে পূৰ্বে কৈছিল যে কিছুদিন আগলৈকে সভাপতি নিৰ্বাচনৰ বাবে “অশুভ সময়” আছিল।

বহুতে ৰাহুল গান্ধীকেই পুনৰ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গেৰ দৰে দলৰ জ্যেষ্ঠ নেতা একাংশই ৰাহুল গান্ধীৰ হাততে কংগ্ৰেছৰ সভাপতিৰ পদ থকাটো বিচাৰি আহিছে। তেনে নেতাসকলৰ তৎপৰতাৰ বাবেই আন বহু নেতা অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।ইপিনে ৰাহুল গান্ধীয়ে কোনোপধ্যে দলৰ সভাপতি হ’বলৈ ইচ্ছা কৰা নাই।

তেওঁ আনকি ইয়াকো কৈছে যে তেওঁৱেই নহয়, গান্ধী পৰিয়ালৰ কোনো লোকেই কংগ্ৰেছৰ সভাপতিৰ পদত বহিব নালাগে। তুন সভাপতি নিৰ্বাচনৰ দাবীত কংগ্ৰেছৰ ২৩ গৰাকী শীৰ্ষ নেতাই আনকি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিও বিমুখ হৈছিল। ফলত গুলাম নবী আজাদকে ধৰি বহু কেইগৰাকী নেতাই পদত্যাগৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল। কংগ্ৰেছৰ এগৰাকী নতুন সভাপতি বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন কৰা হ’ব বুলি সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল।। কিন্তু শেষত নানান অজুহাতত সেই সিদ্ধান্ত বাস্তৱায়িত নহ’ল। ফলত ক্ষোভ বৃদ্ধি পাইছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd