• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

হেপাটাইটিছ ‘বি’ৰ বিষয়ে কিছু কথা জানো আহক

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 31, 2022 10:09 am
Hepatitis B
114
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হেপাটাইটিছ ‘বি’ ভাইৰাছ সংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল- হেপাটাইটিছ বি ৰোগ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সমগ্ৰ বিশ্বত অতি কমেও দুশ কৌটি ব্যক্তি আক্ৰান্ত হৈ আছে আৰু ইয়াৰ প্ৰায় ৩৬০ নিযুত ব্যক্তিৰ অৱস্থা গুৰুতৰ।

প্ৰতি বছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ বি ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখ লোকে অকালতে প্ৰাণ হেৰুৱাবলগা হয়। ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত ব্যক্তি হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত।

Apply Now

প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোক হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশ্ংকা থাকে। উল্লেখযোগ্য যে হেপাটাইটিছ বি সমগ্ৰ বিশ্বৰ বাবে এইড্‌ছতকৈও বেছি ভয়াবহ।

এইচ আই ভি ভাইৰাছতকৈ হেপাটাইটিছ বি ভাইৰাছ ১০০ গুণে অধিক সংক্ৰামক আৰু ই বিশ্বৰ অষ্টম সৰ্বাধিক জীৱন নাশক ৰোগ।

হেপাটাইটিছ বি ৰোগ প্ৰতিৰোধযোগ্য| যিসকলৰ ৰক্ত পৰীক্ষা HBsAgৰ বাবে ঋণাত্মক তেওঁলোকক হেপাটাইটিছ বি সংক্ৰমণৰ পৰা প্ৰতিৰোধৰ বাবে হেপাটাইটিছ বি মনোভেলেণ্ট ভেকচিন দিলেই হয়।

এজন সুস্থ ব্যক্তিয়ে যিকোনো বয়সতে হেপাটাইটিছ বি মনোভেলেণ্ট ভেকচিনৰ প্ৰথম বেজীটো ল’ব পাৰে| প্ৰথম বেজী লোৱাৰ এমাহ পিছত দ্বিতীয় বেজীটো আৰু ছমাহ পিছত তৃতীয় বেজীটো ল’ব লাগে।

সুৰক্ষিত আৰু কাৰ্যক্ষম হেপাটাইটিছ বি ভেকচিনে মানুহক গোটেই জীৱন এই ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে। এই ভাইৰাছৰ দ্বাৰা ইতিমধ্যে সংক্ৰমিত ব্যক্তিৰ ক্ষেত্ৰত এই ভেকচিনৰ কোনো প্ৰভাৱ নাই।

হেপাটাইটিছ ‘বি’ৰ বিষয়ে কিছু কথা জানো আহক

দহ বছৰ বয়সৰ তলৰ শিশুবোৰক প্ৰাপ্তবয়স্ক ব্যক্তিৰ আধা ড’জন একে সময় পদ্ধতিত ভেকচিনৰ বেজী দিয়া হয়। কেঁচুৱাবোৰক হেপাটাইটিছ বি সংক্ৰমণৰ ৰক্ষা কৰাৰ বাবে জন্মৰ পিছতে চিকিৎসালয় এৰাৰ আগেয়ে এটা হেপাটাইটিছ বি ভেকচিনৰ বেজী দিব লাগে আৰু পিছত ছয় সপ্তাহ আৰু চৈধ্য সপ্তাহত আন দুটা ভেকচিনৰ বেজী দিব লাগে।

যদিহে কিবা কাৰণত জন্মৰ সময়ত প্ৰথম ভেকচিনৰ বেজীটো দিবলৈ পাহৰি যায়, তেতিয়া ছসপ্তাহত প্ৰথম ভেকচিনৰ বেজীটো দি পিছত দহ আৰু চৈধ্য সপ্তাহত আন দুটা ভেকচিনৰ বেজী দিব লাগে| আজিকালি বহুতে four-dose schedule অনুসৰি জন্মৰ সময়ত প্ৰথম ড’জ আৰু বাকী তিনিটা ক্ৰমান্বয়ে ছয়, দহ আৰু চৈধ্য সপ্তাহত দিয়ে।

আজিকালি বজাৰত DPT, Hib আৰু Inactivated polio ভেকচিনৰ সৈতে সংযুক্ত হেপাটাইটিছ বি ভেকচিনো পোৱা যায়। জন্মৰ লগে লগে দিয়া ভেকচিন বেজীটো কেৱল নোভেলেণ্ট দি বিষ হোৱা, জ্বৰ, মূৰৰ বিষ আদি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

আটাইকেইটা ভেকচিনৰ বেজী ল’লে শিশুবোৰে গোটেই জীৱন হেপাটাইটিছ বি ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে।

মাতৃৰ পৰা শিশুলৈ হেপাটাইটিছ বি ভাইৰাছ নিবিয়পাৰ বাবে সকলো গৰ্ভৱতী নাৰীকে হেপাটাইটিছ বি ৰ বাবে ৰক্ত পৰীক্ষা কৰা উচিত। গৰ্ভৱতী নাৰীগৰাকী হেপাটাইটিছ বিৰ দ্বাৰা সংক্ৰমিত নহ’লে কেঁচুৱাবোৰক সাধাৰণতে দিয়াৰ দৰে হেপাটাইটিছ বি ভেকচিনৰ বেজী দিব লাগে।

যদি গৰ্ভৱতী নাৰী গৰাকী হেপাটাইটিছ বিৰ দ্বাৰা সংক্ৰমিত, তেন্তে স্বাস্থ্য কৰ্মীয়ে বিশেষ যত্ন ল’ব লাগে যাতে শিশুটিয়ে জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত Hepatitis B immunoglobulin আৰু হেপাটাইটিছ বি ভেকচিনৰ বেজী পায় আৰু আটাইকেইটা ভেকচিন সম্পূৰ্ণ কৰে। ইয়াক Active-passive immunization বুলি কোৱা হয়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd