• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Thyroid: থাইৰয়ডৰ বিষয়ে জানিবলগীয়া কিছু গুৰুত্বপূৰ্ণ কথা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
September 2, 2022 4:54 pm
127
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাইৰয়ড হ’ল এটা নলীবিহীন গ্রন্থি; যি শৰীৰৰ বাবে অত্যন্ত প্রয়োজনীয়। এই গ্ৰন্থিয়ে শৰীৰৰ বিপাক ক্রিয়া, শাৰীৰিক ও মানসিক ক্ৰিয়া বৃদ্ধি, কেলচিয়ামৰ বিপাক ক্রিয়া নিয়ন্ত্রণ কৰি থাকে।

মহিলাৰ থাইৰয়ডৰ সমস্যা বহুত বেছি হয়। বেছি হোৱাৰ কাৰণৰ ভিতৰত কব পাৰি- ছোৱালীৰ শাৰীৰিক গঠন, হৰম’নৰ প্রভাৱ, অৰগেনিক মেটাবলিজম ইত্যাদি।

Apply Now

এই সমস্যাৰ বাবে মহিলাৰ ওজন বাঢ়ি গৈ থাকে, শীত অসহ্য লাগে, শাৰীৰিক বিষ হব পাৰে, চুলি সৰা, প্রচণ্ড দুর্বলতা অনুভৱ হোৱা, অনিয়মিত মাহেকীয়া, গল ফুলি যোৱা, বাৰে বাৰে গর্ভপাতৰ লগতে প্ৰজনন ক্ষমতা কমি যোৱা,বুদ্ধিমত্তা হ্ৰাস পোৱাৰ লগে লগে মহিলাই মানসিক ও শাৰীৰিক ভাৰসাম্যহীন হৈ পৰে।

পৰিসংখ্যামতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৫ শতাংশ লোক থাইৰয়ডৰ বিভিন্ন ৰোগত আক্ৰান্ত। ইয়াৰ কাৰণ মূলত প্রাথমিকভাৱে শৰীৰত আয়োডিনৰ অভাৱ| শৰীৰত চাহিদা অনুযায়ী পর্যাপ্ত পৰিমানে আয়োডিন নাখালে এনে হয়।

বংশগতভাৱেও থাইৰয়ড হয়। হাইপোথাইৰয়ডৰ চিকিৎসা খুবেই সহজ। আপুনি মাথো চিকিৎসকৰ পৰামর্শ মতে থাইৰয়ডৰ ঔষধ নিয়মিত সেৱন কৰিলে আৰু নির্দিষ্ট সময়ৰ পিচে পিচে চেক্আপ কৰি থাকিলে গোটেই জীৱন সুস্থতাৰে পাৰ কৰাটো সম্ভৱ হব পাৰে।

হঠাতেই কোনো কাৰণ নোহোৱাকৈয়ে আপোনাৰ শৰীৰৰ ওজন বাঢ়ি গৈ আছে নেকি? নতুবা কোনো কাৰণ নোহোৱাকৈয়ে আপুনি ঠিকমতে খোৱালোৱা কৰাৰ পিছতো শৰীৰৰ ওজন কমি গৈ আছে নেকি?নাইবা আগৰ দৰে গৰম বা ঠাণ্ডা সহ্য কৰাত তাৰতম্য পাইছে নেকি?

প্রচুৰ ঘামি যোৱাৰ ফলত হঠাতেই শৰীৰৰ ভিজি গৈছে নেকি? ক্লান্তিবোধ,হতাশাই আপোনাক আগুৰি ধৰিছে নেকি? হঠাতেই কণ্ঠস্বৰ পৰিৱৰ্তিত হৈছে নেকি? এনেধৰণৰ বহু ধৰণৰ সমস্যাই দেখা দিব পাৰে যদি আপোনাৰ শৰীৰৰ থাইৰয়ড নামৰ অতি গুৰুত্বপূর্ণ গ্রন্থিটো অসুস্থ হৈ পৰে।

থাইৰয়ডত বহু অন্য ধৰণৰ ৰোগো হ’ব পাৰে ইয়াৰ ভিতৰত হাইপোথাইৰয়ডিজম অন্যতম। যেতিয়া শৰীৰত প্রয়োজনতকৈ কম থাইৰয়ড হৰম’ন নিঃসৃত হয় তেতিয়া এনেধৰণৰ সমস্যা হয়।

কেতিয়া বুজি পাব আপুনি এই ৰোগত আক্ৰান্ত?

*কাম কৰাৰ সময়ত এনার্জি বা শক্তি নোপোৱা বা ক্লান্তিবোধ কৰা।

*খোৱাৰ ৰুচি কমি যোৱা।

*পর্যাপ্ত খাদ্য নোখোৱাৰ পিছতো শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বাঢ়ি যোৱা।

*ঠাণ্ডা একেবাৰেই সহ্য কৰিব নোৱাৰা।

*মহিলাৰ মাহেকীয়াৰ সময়ত প্রচুৰ ৰক্তক্ষৰণ ও অনিয়মিত মাহেকীয়া হোৱা।

*মুখ ফুলি যোৱা। হতাশাগ্রস্থ হোৱা।

*মাংসপেশীত প্ৰচুৰ বিষ অনুভৱ কৰা।

*পায়খানা টান হোৱা।

*মানসিক অশান্তিত ভোগা।

*যৌন চাহিদা কমি যোৱা।

*হার্টৰেট কমি যোৱা।

*থাইৰয়ড গ্রন্থি ফুলি যোৱাৰ ফলত goiter হোৱা।

এইসকলো লক্ষণৰ কেইটামান একেলগে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd