• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনত কমিছে বিবাহৰ সংখ্যা, জনসংখ্যাৰ মন্থৰ গতিৰ বৃদ্ধিত চিন্তিত বেইজিং

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 2, 2022 5:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰু কিছু বছৰ পিছতে হয়তো বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হৈ নাথাকিব চীন। জনসংখ্যা বিশেষজ্ঞসকলে প্ৰকাশ কৰি অহা মতে চীনক চেৰ পেলাই ভাৰত সৰ্বাধিক জনসংখ্যাৰ দেশত পৰিণত হ’ব। যিকিনহওঁক, চীনৰ মন্থৰ হৈ পৰা জনসংখ্যাৰ বৃদ্ধিৰ গতিত চিন্তিত হৈ পৰিছে বেইজিং। 

দেশ খনত লক্ষ্যণীয় ভাবে কমিছে বিবাহৰ সংখ্যাও।চীনত বিবাহৰ সংখ্যা ৩৬ বছৰৰ ভিতৰত নিম্নতম স্তৰত উপনীত হৈছে । চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোই প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৩ আৰু ২০১৯ চনৰ ভিতৰৰ এই ছয় বছৰৰ সময়ছোৱাত চীনত বিবাহৰ সংখ্যা ৪১ শতাংশলৈ হ্ৰাস পাইছে।

Apply Now

বিগত বৰ্ষত দেশ খনৰ মাত্ৰ ৭.৬ নিযুত দম্পতীয়ে বিবাহৰ বাবে পঞ্জীয়ন কৰিছিল। এয়া যোৱা ৩৬ বছৰৰ ভিতৰত সৰ্বনিম্ন সংখ্যা। ফলস্বৰূপে চীনত জন্মৰ হাৰ প্ৰতি ১০০০ জন লোকৰ ভিতৰত ৭.৫ শতাংশলৈ হ্ৰাস পাইছে।দেশ খনত ২০২১ চনত বিবাহিত দম্পতীৰ পঞ্জীয়ন আঠ নিযুতৰ তললৈ হ্ৰাস পাইছিল।, যি সংখ্যা আছিল ১৯৮৬ চনৰ পিছত সৰ্বনিম্ন। নিম্ন জন্ম হাৰ আৰু হ্ৰাস হোৱা জনসংখ্যাই উদ্বেগ বৃদ্ধি কৰিছে চীনৰ চৰকাৰ।

এই গতিত চলি থাকিলে ২০২৫ চনৰ ভিতৰত দেশ খনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু অধিক মন্থৰ হৈ পৰিব। চীনৰ অসামৰিক পৰিক্ৰমা বিকাশ দপ্তৰে প্ৰকাশ কৰা শেহতীয়া পৰিসাংখ্যিক বুলেটিন অনুসৰি ২০২১ চনত বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰ চীনত বিবাহ পাশত আৱদ্ধ হ’বলৈ কেৱল ৭.৬৪ নিযুত দম্পতীয়ে।

২০২০ চনৰ তুলনাত ২০২১ চনত বিবাহ পাশত আৱদ্ধ হোৱা দম্পতীৰ সংখ্যা ৬.১ শতাংশ হ্ৰাস পাইছে। তথ্যই দেখুৱাইছিল যে একেৰাহে অষ্টম বছৰৰ বাবে বিবাহৰ সংখ্যা হ্ৰাস পাইছে।যোৱা বছৰ বিবাহিত জনসংখ্যাৰ ভিতৰত ২৫ ৰ পৰা ২৯ বছৰ বয়সৰ লোকৰ সংখ্যা আছিল ৩৫.৩ শতাংশ, যি হাৰ ২০২০ চনৰ তুলনাত ০.৪ শতাংশ বেছি আছিল।

যদি জন্মৰ হাৰ হ্ৰাস হৈ গৈ থাকে, তেন্তে চীনত শ্ৰমিক শক্তিও অনাগত বছৰবোৰত নাটকীয়ভাৱে হ্ৰাস পাব ।খাদ্যৰ অভাৱ, উপাৰ্জনৰ অভাৱ, বৰ্ধিত মূল্য, স্বাস্থ্যৰ সমস্যা আদিৰ ফলত দেশৰ লোকসকলৰ মাজত হতাশাৰ সৃষ্টি হৈছে।চীনে ২০১৬ চনত সকলো দম্পতীক দুটা সন্তান জন্ম দিবলৈ অনুমতি দিছিল, কঠোৰ দশক পুৰণি এক সন্তান নীতি বাতিল কৰিছিল । যোৱা বছৰ চীনে চীনা দম্পতীসকলক তিনিটা সন্তান জন্ম দিয়াৰ অনুমতি দিয়া এখন সংশোধিত জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনা আইন গ্ৰহণ কৰা হৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd