• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাতী-মানুহৰ সংঘাত! নুমলীগড়ৰ মৰঙি মৌজাৰ দৈগ্ৰোং নদীত বন্যহস্তীৰ কৰুণ মৃত্যু

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
September 3, 2022 9:57 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

160
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ মৰঙি মৌজাৰ এক নং চেচাবিল অঞ্চলত যোৱা নিশা এটা বন্যহস্তীৰ মৃত্যু হয় ৷ মৰঙিৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ দৈগ্ৰোং নদীত আজি পুৱা বন কৰ্মীয়ে এই বনৰীয়া হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰিছে।

জানিব পৰা মতে জাকৰ পৰা বিছিন্ন হোৱা এই হাতীটোৱে শুকুৰবাৰৰ বিয়লি দৈগ্ৰোং নদীত মৃত্যুৰ সৈতে যুঁজি চটফটাই থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল আৰু বকিয়াল খণ্ড বন কাৰ্যালয়ক খবৰ দিছিল ।

মৃত্যুৰ সৈতে যুঁজি যোৱা নিশা নদীৰ মাজতেই হাতীটোৱে মৃত্যুক সাৱটি লয় বুলি স্থানীয় লেকে জানিবলৈ দিছে৷ আজি পুৱা বন বিভাগৰ লোকে হাতীটোৰ মৃতদেহ নদীৰ পৰা পাৰলৈ আনি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

ফটো: নৰ্থইষ্ট নাও।

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডাঃ চামচুল আলীৰ নেতৃত্বত এটা দলে মৃত হাতীটোৰ মৰোণোত্তৰ পৰীক্ষা বাবে ঘটনাস্থলীলৈ ৰাওঁনা হৈছে ৷

মৃত হাতীটোৰ শৰীৰৰ বিভিন্ন স্থানত গভীৰ আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই হাতীটো মানুহৰ আক্ৰমণৰ বাবেই মৃত্যু মুখত পৰা বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক: Maternity Leave: মৃত সন্তান প্ৰসৱ বা জন্মৰ পিছত শিশুৰ মৃত্যু হ’লেও কেন্দ্ৰীয় চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে পাব ৬০ দিনৰ ছুটী

উল্লেখ্য যে কাৰ্বি পাহাৰত হোৱা অবাধ বনাঞ্চল ধ্বংস আৰু আৱাসৰ সংকোচনৰ বাবে পাহাৰৰ পৰা নামি আহি নামবৰ বা বিজুলী বনাঞ্চলৰ অন্তিমকণ আৱাসৰ আশ্ৰয় লৈছে হাতী বোৰে ৷

খাদ্যৰ সন্ধানত এইবোৰ বনাঞ্চলৰ পৰা ওলাই অহা হাতীবোৰে এতিয়া অনিশ্চাকৃতভাৱেও জনাঞ্চলত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছে ৷ যাৰ বাবে মানুহৰ সৈতে সংঘাত বৃদ্ধি পাইছে ৷ এই পৰিপ্ৰেক্ষিতত এনেদৰেই বহু হাতীয়ে কৰুণ মৃত্যুক সাৱটি ল’ব লগা হৈছে।

Recent News

দাঁতৰ পৰা দাগ কেনেকৈ আঁতৰাব? জানো আহক কেইটামান ঘৰুৱা উপায়

দাঁতৰ পৰা দাগ কেনেকৈ আঁতৰাব? জানো আহক কেইটামান ঘৰুৱা উপায়

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd