• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান ৰাইজ! শুৱালকুছিৰ পাট কাপোৰৰ নামত অসাধু ব্যৱসায়ীৰ প্ৰবঞ্চনা, গৰজি উঠিল মুখ্যমন্ত্ৰীৰ সমষ্টিৰ তাঁত শিল্পী

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
September 5, 2022 4:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বস্ত্ৰনগৰী শুৱালকুছিৰ কথা আমি সকলোৱে জানো। পাট-মুগাৰ কাপোৰ বুলিলে আমাৰ মনলৈ আহে শুৱালকুছিৰ কথা ৷ যাক কোৱা হয় অসম বা উত্তৰ-পূৱৰ মানচেষ্টাৰ ৷

কিন্তু বৰ্তমান ভাৰত বিখ্যাত বস্ত্ৰনগৰী আজিৰ পৰিবেশ বা শুৱালকুছিৰ কাপোৰৰ নামত গুৱাহাটীত চলি থকা প্ৰৱঞ্চনাৰ বিষয় লৈ নিশ্চয় আপোনালোক অৱগত নহয়।

Apply Now

অসাধু ব্যৱসায়ীয়ে শুৱালকুছিৰ পাট বুলি গুৱাহাটীত বিক্ৰী কৰি আছে নকল পাট কাপোৰ। ফাঁচী বজাৰৰ মঞ্জু চিল্ক-সম্পূৰ্ণা ৱেডিংচে শুৱালকুছিৰ পাট কাপোৰ বুলি নকল পাট কাপোৰৰ ব্যৱসায় চলোৱাৰ অভিযোগ উঠিছে।

শনিবাৰে গুৱাহাটীৰ এগৰাকী যুৱতীয়ে বিবাহৰ বাবে মঞ্জু চিল্ক-সম্পূৰ্ণা ৱেডিংচৰ পৰা পাট কাপোৰ ক্ৰয় কৰিছিল। কাপোৰ কেইজোৰ কিনাৰ পাছত কিছু সন্দেহ ওপজাত কাপোৰ কেইজোৰ শুৱালকুছিৰ টেষ্টিং চেণ্টাৰলৈ লৈ যায়।

টেষ্টিং চেণ্টাৰত টেষ্ট কৰোৱাৰ পাছত পোহৰলৈ আহে যে ক্ৰয় কৰা কাপোৰ কেইজোৰ শুৱালকুছিৰ পাটৰ কাপোৰ নহয়ষ বৰঞ্চ সেইয়া হৈছে বহিৰাগত কোম্পানীৰ অৰ্থাৎ বেনাৰসী কাপোৰ ,যাক শুৱালকুছিৰ পাট কাপোৰ বুলি বিক্ৰী কৰি থকা হৈছিল।

ঘটনাৰ উমান পোৱাৰ পাছতেই শনিবাৰে শুৱালকুছিৰ পৰা তাঁতীৰ দল আহি ফাঁচী বজাৰত সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ।

প্ৰতিবাদৰ সময়তে মঞ্জু চিল্ক-সম্পূৰ্ণা ৱেডিংচৰ পঞ্চম মহলাতো খুলিবলৈ খোজাত দোকানৰ স্বত্বাধিকাৰীয়ে অসুস্থ হোৱাৰ ভাও জোৰে বুলি তাঁতীৰ দলটোৱে অভিযোগ কৰিছে।তাৰ পাছতেই দোকানৰ স্বত্বাধিকাৰীয়ে আৰক্ষীৰ উপস্থিতিত তাঁতীৰ দলটোক বেয়া ব্যৱহাৰ কৰকৰে বুলি দলটোৰে এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত WICCI ৰ ৰাজ্যিক সভাপতি শ্বাহিন হুছেইনে কয় “মই শুৱালকুছিৰ তাঁত শিল্পৰে জৰিত লোকসকলৰ লগত এক মত। বহিৰাগত ব্যৱসায়ীয়ে অসমৰ উদ্যোগটোক নিঃশেষ কৰাৰ দিশে লৈ গৈ আছে। সেয়েহে মই অসমৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাওঁ যে তেখেতে এই ক্ষেত্ৰত অতি সোনকালে বিহীত ব্যৱস্থা গ্ৰহণ কৰে যেন।”

ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এই বিষয়ত কিছু তৎপৰ হোৱা দেখা পোৱা গৈছে যদিও এই বিষয়ত কোনো ধৰণৰ বিহীত ব্যৱস্থা হাতত লোৱা দেখা পোৱা ন’গল।

সেয়েহে আজি অৰ্থাৎ সোমবাৰে শুৱালকুছিত তাঁত শাল তথা বস্ত্ৰ উদ্যোগতো বন্ধ ৰখা হৈছে। বিভিন্ন সময়ত বস্ত্ৰ নগৰীত হোৱা প্ৰবঞ্চনাৰ কথা আমি শুনি আহিছো। কিন্তু ইয়াৰ কোনো সঠিক ব্যৱস্থা বৰ্তমান পৰ্যন্ত লোৱা দেখা পোৱা নগ’ল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শুৱালকুছিৰ শিপিনী সকলে সোনকালে পাট কাপোৰৰ নামত চলোৱা এই প্ৰবঞ্চনাৰ বিৰুদ্ধে যেন বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু বস্ত্ৰ নগৰী শুৱালকুছি খন যেন এনে ধৰণৰ প্ৰবঞ্চনাৰ বলি হব নালাগে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd