• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

Arunachal Pradesh: অত্যাধুনিক অস্ত্ৰৰে সজ্জিত কৰি তোলা হৈছে অৰুণাচলত থকা ভাৰতীয় সেনাক

by
September 10, 2022 10:45 am
ইজৰাইলত নিৰ্মিত নাগেভ লাইট মেচিনগান।

ইজৰাইলত নিৰ্মিত নাগেভ লাইট মেচিনগান।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত অবিৰতভাৱে টহল দি আছে। বৰ্তমান ভাৰতীয় সেনা বিভিন্ন আধুনিক অস্ত্ৰৰে সজ্জিত। অৰুণাচল সীমান্তত কৰ্তব্যৰত ভাৰতীয় সেনাক লাইট মেচিনগান, এছল্ট ৰাইফল, ৰকেট লঞ্চাৰকে ধৰি বিভিন্ন উন্নত অস্ত্ৰৰে সজ্জিত কৰি তোলা হৈছে।

বাতৰি অনুসৰি, অঞ্চলটোত চিনুক হেলিকপ্টাৰো মোতায়েন কৰা হৈছে। চিনুক হেলিকপ্টাৰৰ ব্যৱস্থা কৰা হৈছে যাতে সৈন্যসকলে অতি সোনকালে বিভিন্ন দূৰৱৰ্তী অঞ্চলত উপস্থিত হ’ব পাৰে।

তদুপৰি, সীমান্তত এটা নতুন উপগ্ৰহ টাৰ্মিনেলৰ ব্যৱস্থা কৰা হৈছে। কাৰণ এই বিশেষ ব্যৱস্থাৰ উদ্দেশ্য হৈছে পাৰস্পৰিক যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰা। ব্ৰিগেডিয়াৰ ঠাকুৰ মায়াংক সিনহাই কয় যে ভাৰতীয় সেনাৰ অধিক দক্ষতা বৃদ্ধি কৰিবলৈ নতুন অস্ত্ৰৰে সজ্জিত কৰা হৈছে।

Apply Now
চিনুক হেলিকপ্টাৰ।

সূত্ৰসমূহৰ মতে, সেনাৰ সৈতে সংযোগ কৰা নতুন অস্ত্ৰবোৰৰ ভিতৰত আছে ইজৰাইলত নিৰ্মিত নাগেভ লাইট মেচিনগান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এছল্ট ৰাইফল, চুইডিছ ৰকেট লঞ্চাৰ, আমেৰিকাত তৈয়াৰ কৰা গাড়ী যি সকলো ভূখণ্ডৰ মাজেৰে ভ্ৰমণ কৰিব পাৰে।

ইয়াৰ উপৰিও, ইয়াত এটা হেলিপেড নিৰ্মাণৰ বাবেও পদক্ষেপ লোৱা হৈছে যাতে চিনুক হেলিকপ্টাৰবোৰ সহজে উঠা নমা কৰিব পাৰে। 

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

মেলানিয়া এপষ্টেইনৰ এছকৰ্ট আছিল : ট্ৰাম্পৰ প্ৰকৃত প্ৰেমকাহিনীক লৈ প্ৰাক্তন সহযোগীৰ বিস্ফোৰক দাবী

June 4, 2026 7:25 pm
পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd