• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰ্বত্ৰ ধিক্কাৰ! দেশৰ বাবে যিসকলে পদক আনি সন্মান বঢ়াব, তেওঁলোককে শৌচালয়ত খাবলৈ দিছে যোগী চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2022 7:41 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Food kept on toilet floor served to player মঙলবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ মুকলি হৈছে। ইয়াকেলৈ সমগ্ৰ ভাৰততে ধুমুহাৰ সৃষ্টি হৈছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত ছোৱালীৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কাবাডী টুৰ্ণামেণ্টত খেলুৱৈসকলক খাবলৈ দিয়া হৈছে। খাদ্যবোৰ ৰখা হৈছে শৌচাগাৰৰ মজিয়াত।

অনাগত দিনত দেশৰ বাবে যিসকলে পদক আনিব তেওঁলোকৰ প্ৰতি এনে নিৰ্লজ্জ আচৰণক সমাজৰ সকলো স্তৰৰ মানুহে ভৰ্ৎসনা কৰিছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে দোষীৰ বাবে কঠোৰ শাস্তি দাবী কৰে।

Apply Now

চতুৰ্বেদীয়ে টুইট কৰি লিখিছে, “এয়া এক চৰম লজ্জাজনক কথা! আমি আমাৰ খেলুৱৈসকলক এই সামান্যখিনি সুযোগ-সুবিধাও দিব নোৱাৰো। অথচ আশা কৰোঁ যে তেওঁলোকে ৰাষ্ট্ৰ আৰু জাতিৰ বাবে পদক জিকি আনিব।‘’

শিৱসেনাৰ নেত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে অভিযুক্ত ক্ৰীড়া বিষয়াসকলক  বৰ্খাস্ত কৰাৰ দাবী জনাইছে।

ভিডিঅ’টোত, দেখা গৈছে যে চাহাৰনপুৰৰ ষ্টেডিয়ামৰ শৌচালয়ৰ মজিয়াত এটা ডাঙৰ ডাঙৰ পাত্ৰ ৰখা হৈছে। সেই পাত্ৰবোৰত ভাত, দাইল আৰু অন্যান্য খাদ্যসম্ভাৰ ৰখা হৈছে। তাৰ পৰা যুৱ খেলুৱৈসকলে তেওঁলোকৰ নিজৰ খাদ্য আনিবলৈ বাধ্য হৈছে। তাৰ ঠিক কাষতে প্ৰস্ৰাৱগাৰবোৰ আছে।

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো চোৱাৰ পিছত নেটিজেনসকলৰ মন্তব্যবোৰত গালি-গালাজৰে ভৰি পৰিছে। তেওঁলোকে ‘অসভ্য’ৰ পৰা আৰম্ভ কৰি বিষয়াসকলক কুকুৰে কাঁইট নোখোৱাকৈ গালি দিবলৈকো এৰা নাই।

Such a shame! Can’t provide basic facilities to our sportspersons but expect them to win medals for the state/nation. Hope @UPGovt takes immediate action and sacks the officials responsible for this. https://t.co/wVgqaM1FY4

— Priyanka Chaturvedi🇮🇳 (@priyankac19) September 20, 2022

উত্তৰ প্ৰদেশত যোগী চৰকাৰে ছোৱালীৰ বিকাশৰ নামত প্ৰচাৰ অভিযানত কোটি কোটি টকা ব্যয় কৰিছে। মোডী চৰকাৰে সমগ্ৰ দেশৰ মহিলাৰ বিকাশৰ কথা কৈ হৰ্ডিং অঁৰাৰ লগতে বিজ্ঞাপন প্ৰকাশ কৰে। উত্তৰ প্ৰদেশত  শাসনত আছে বিজেপিৰ যোগী আদিত্যনাথ। তেওঁলোকেই দেশৰ ভৱিষ্যত এইসকলৰ প্ৰতি এনে আচৰণ কৰিছে। ভীষণ  কষ্টদায়ক হ’লেও এই চৰম অপমান কাবাডী খেলুৱৈসকলে কেৱল তেওঁলোকৰ নিজৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰি নিৰৱে সহ্য কৰিছে।

यूपी की कबड्डी खेलने वाली बेटियों को टॉयलेट में खाना परोसा गया।

झूठे प्रचार पर करोड़ों खर्च करने वाली BJP सरकार के पास हमारे खिलाड़ियों के लिए अच्छी व्यवस्था करने के पैसे नहीं हैं।

धिक्कार है! pic.twitter.com/UazJvCrWPB

— Congress (@INCIndia) September 20, 2022

কিন্তু বাকী সচেতন মহল মৌন হৈ থাকিবলৈ ইচ্ছুক নহয়। কংগ্ৰেছ নেতাসকলে ইয়াক তীব্ৰ গৰিহণা দিছে। কংগ্ৰেছ দলেও টুইট কৰি লিখিছে, “ক্ৰীড়াক্ষেত্ৰত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰা ছোৱালীসকলক শৌচালয়ত ৰখা খাদ্য দিয়া হৈছে। যি বিজেপি চৰকাৰে তেওঁলোকৰ মিছা প্ৰচাৰৰ বাবে ব্যয় কৰিবলৈ অকণো কৃপণালি নকৰে, সেই চৰকাৰৰ ওচৰত এই দেশৰ খেলুৱৈসকলক সামান্যতম সুবিধাখিনি দিবলৈও ধনৰ অভাৱ । এই লাজৰ কোনো ভাষা নাই।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd