• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশ, নাগালেণ্ডত পুনৰ ছমাহলৈ বৃদ্ধি সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 1, 2022 6:10 pm
army12333
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশ, নাগালেণ্ডত বিতৰ্কিত ’আফস্পা’ৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি

অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত বিতৰ্কিত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। শনিবাৰৰ পৰা সেই অঞ্চলবোৰত সেনাৰ বিশেষ ক্ষমতা বৃদ্ধি কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

অৰুণাচল প্ৰদেশৰ টিন জিলাত আফস্পা ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। ফলস্বৰূপে, তিৰাপ, চাংলাং আৰু লংডিং জিলাত সেনাৰ বিশেষ ক্ষমতা অব্যাহত থাকিব।

নামচাই জিলাৰ মহাদেৱপুৰ আৰু নামচাই আৰক্ষী থানা অঞ্চলক ‘অশান্ত’ বুলি ঘোষণা কৰি বিতৰ্কিত আইনখনৰ ম্যাদ বৃদ্ধি কৰা হৈছে। অহা বছৰৰ ১ অক্টোবৰৰ পৰা ৩০ মাৰ্চলৈ এই অঞ্চলসমূহত আফস্পা কাৰ্যকৰী কৰা হৈছে। শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত এইবুলি কোৱা হৈছে যে নাগালেণ্ডৰ নখন ‘অশান্ত’ জিলা আৰু ১৬ খন আৰক্ষী থানা অঞ্চলত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

নাগা বিচ্ছিন্নতাবাদী গোট এনএছচিএন (আইএম)ৰ সৈতে শান্তি প্ৰক্ৰিয়া মাজভাগত স্থবিৰ হৈ পৰিছে। সংগঠনটোৰ আলোচনা বিৰোধী খাপলাং গোট এতিয়াও সক্ৰিয় হৈ আছে। ফলস্বৰূপে, অঞ্চলটোত যিকোনো ধৰণৰ অস্থিৰতা দূৰ কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।

যোৱা বছৰ ডিচেম্বৰৰ আৰম্ভণিতে সন্ত্ৰাসবাদীৰ সন্দেহত সেনাই ১৩ জন নাগৰিকক গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা নাগালেণ্ডত আফস্পা প্ৰত্যাহাৰৰ দাবী তীব্ৰতৰ হৈ পৰিছিল। স্থানীয় মানৱ অধিকাৰ সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছিল। নাগালেণ্ড আৰু মণিপুৰ চৰকাৰেও কেন্দ্ৰক বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই আহিছে।

বহু বিতৰ্কিত সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইন বাতিলৰ বাবে নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবা খনো ৰাজ্যই দাবী জনাই অহাৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অলপতে পুনৰ নাগালেণ্ডত ছমাহৰ বাবে বৃদ্ধি কৰিছে সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনৰ সময়সীমা।

সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইনে সামৰিক বাহিনীক “সন্ত্ৰাস বিধ্বস্ত এলেকা” বুলি ঘোষণা কৰা যিকোনো স্থানত মুক্তভাৱে কাম কৰাৰ ব্যাপক ক্ষমতা প্ৰদান কৰি আহিছে।

এই আইনৰ অচিলালৈয়ে শেহতীয়াকৈ ৪ ডিচেম্বৰত নাগালেণ্ডত সেনাৰ পেৰা স্পেচিয়েল ফ’ৰ্চে ১৩ জন নাগৰিকক হত্যা কৰিছিল। যি ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। লগে লগে পুনৰ সজোৰে উত্থাপন হৈছিল সশস্ত্ৰ বাহিনী (বিশেষ) ক্ষমতা আইন বাতিলৰ দাবী।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কৰা আলোচনাৰ অন্তত নাগালেণ্ডৰ পৰা বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮, চমুকৈ আফস্পা বাতিলৰ আশ্বাস দিছিল গৃহমন্ত্ৰীগৰাকীয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd