• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সময়মতে বিমান ধৰিব নোৱাৰাৰ বাবেই ৱেষ্ট ইণ্ডিজৰ বিশ্বকাপ দলৰ পৰা বাদ পৰিল হেটমেয়াৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2022 10:30 am
শ্বিমৰন হেটমেয়াৰ।

শ্বিমৰন হেটমেয়াৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Shimron Hetmyer dropped from West Indies World Cup squad বিশ্বকাপৰ বাবে গঠিত ৱেষ্ট ইণ্ডিজ দলত স্থান লাভ কৰিছিল শ্বিমৰন হেটমেয়াৰে। কিন্তু অষ্ট্ৰেলিয়ালৈ যোৱা বিমানত সময়ত উঠিব নোৱাৰাৰ বাবে তেওঁক বিশ্বকাপ দলৰ পৰা বাদ দিব লগা হ’ল। তেওঁৰ ঠাইত বিশ্বকাপৰ বাবে ৱেষ্ট ইণ্ডিজ দলত স্থান দিয়া হৈছে শ্বামাৰ ব্ৰুকছক।

যোৱাবাৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হ’ব নোৱাৰিলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে। নিকোলাছ পুৰান বাহিনীয়ে এই বছৰ অষ্ট্ৰেলিয়াত ভাগ্য সলনি কৰাৰ আশা কৰিছে। সেই দলটোৰেই এজন গুৰুত্বপূৰ্ণ সদস্য আছিল শ্বিমৰন হেটমেয়াৰ।

লগতে পঢ়ক: অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তি: খেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক!

Apply Now

ক্ৰিকেট ৱেষ্ট ইণ্ডিজে হেটমেয়াৰৰ বাবে প্ৰথমে ঠিক কৰা বিমানখনত পাৰিবাৰিক কাৰণত হেটমেয়াৰে উঠিব পৰা নাছিল। ফলস্বৰূপে, ৱেষ্ট ইণ্ডিজৰ তাৰকা বেটছমেনগৰাকী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  এনেয়ে খেলিবলগীয়া দুখন প্ৰস্তুতিমূলক খেলৰ প্ৰথমখন খেলৰ পৰা বাহিৰ হৈছিল।

অৱশ্যে, হেটমেয়াৰৰ অনুৰোধত ৱেষ্ট ইণ্ডিজ বোৰ্ডে আন এখন বিমানৰ ব্যৱস্থা কৰিছিল। কিন্তু সেই বিমানখনতো নুঠিল হেটমেয়াৰ। ফলত তেওঁক বিশ্বকাপ দলৰ পৰাই বাদ দিয়া হ’ল। ক্ৰিকেট ৱেষ্ট ইণ্ডিজে হেটমেয়াৰক এই বিষয়ে হেনো আগতীয়াকৈ অৱগত কৰিছিল।

বোৰ্ডৰ সঞ্চালক জিমি এডামছে কয়, “তেওঁক আগতীয়াকৈ জনোৱা হৈছিল যে যদি তেওঁ এই বিমানখনতো নুঠে, তেতিয়া তেওঁক বাধ্য হৈ আমাৰ বিশ্বকাপ দলৰ পৰা বাদ দিব লাগিব। এই বিশ্বকাপৰ প্ৰস্তুতিত কোনো কাৰণতে কোনো ত্ৰুটি থকাটো আমি নিবিচাৰো।‘’

লগতে পঢ়ক:  ডিঙি চেপি, বটলেৰে কাটি নিৰ্মমভাৱে হত্যা জম্মু-কাশ্মীৰৰ ডিজিপি(কাৰাগাৰ)ক; জ্বলাই দিয়াৰো চেষ্টা!

এডামছে কয় যে ব্ৰুকছক এই সপ্তাহতে যিমান সম্ভৱ সোনকালে অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰা হ’ব। ৱেষ্ট ইণ্ডিজে বুধবাৰে গোল্ড কোষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন টী-২০ খেলি বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব। দুদিন পিছত শুকুৰবাৰে দ্বিতীয়খন খেল ব্ৰিছবেনত অনুষ্ঠিত হ’ব।

দুবাৰৰ টী-২০ বিশ্বকাপ বিজয়ী ৱেষ্ট ইণ্ডিজ দলটোৱে অহা ১৭ অক্টোবৰত হোবাৰ্টত স্কটলেণ্ডৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ খেলখনেৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd