• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ বিকাশৰ ছবি! ‘সময় পালে আমাৰ পিনে এবাৰ আহি চাবা’

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
October 9, 2022 12:28 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিজ্ঞাপনৰ চমকেৰে উন্নয়নৰ ঢাক-ঢোল বজাবলৈ অলপো কৃপণালি কৰা নাই। কিন্তু বাস্তৱ ক্ষেত্ৰত এই উন্নয়নৰ দাবী  কিমান দূৰ সফল হৈছে সেয়া অলপ গমি চালেই বুজিব পাৰি।

ৰাজ্যৰ লোক নিৰ্মাণ বিভাগৰ কৰ্মপটু মন্ত্ৰীগৰাকীৰ কথা শুনি, বিষয়াক ধমক দিয়াৰ ভাও দেখি এনে লাগে যেন অসমৰ গাঁৱে-ভূঞে বিকাশৰ নদন-বদন ছবিখন অলক্ষিতে সকলোৰে চকুৰ পৰা আঁতৰিহে ৰৈছে।

লগতে পঢ়ক: হিতেশ্বৰ শইকীয়াৰো আছিল প্ৰিয়, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ‘প্ৰহাৰ কৰা’ অমিত শ্বাহৰো প্ৰিয় হিমন্ত বিশ্ব শৰ্মা! 

Apply Now

দৰাচলতে, এতিয়াও গাঁৱৰ মানুহে এটা ৰাস্তাৰ বাবে জীয়াতু ভূগিবলগীয়া পৰিস্থিতি দেখিলে চৰকাৰ এখনৰ প্ৰয়োজনীয়তাক লৈয়েই প্ৰশ্ন উঠিব পাৰে।  

ফটো: নৰ্থইষ্ট নাও।

চকুৰ সন্মুখতে উদাহৰণ হিচাপে দেখা গৈছে যে বিগত দুটা বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই মাত্ৰ ৭২০ মিটাৰ এটা পথৰ কাম৷

গোৱালপাৰা জিলাৰ লোক নিৰ্মাণ বিভাগে জিলাখনৰ হাৰিমূৰা পথৰ পৰা ভেলাখামাৰলৈ যোৱা পথৰ বাবে ৪৬১২৮০৬:৫৫ টকা আৱণ্টন দিছিল ৷

কিন্তু পৰিতাপৰ বিষটো হ’ল ঠিকাদাৰ প্ৰসেনজিৎ নাথ নামৰ ঠিকাদাৰজনৰ হেমাহিৰ বাবে গোটেই বাৰিষা যন্ত্ৰণা ভোগ কৰিলে এটা অঞ্চলৰ ৰাইজে৷ এতিয়া প্ৰশ্ন হৈছে ক’ত গ’ল ৪৬১২৮০৬:৫৬ টকা?

ফটো: নৰ্থইষ্ট নাও।

মাত্ৰ ৭২০ মিটাৰ পথ নিৰ্মাণৰ সামান্য কাম কৰিয়েই ঠিকাদাৰ প্ৰসেনজিতে আত্মসাৎ কৰিলে নেকি এই ধন ?

স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰ প্ৰসেনজিতে শাসকীয় দলৰ নেতা হোৱাৰ বাবে অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে লোক নিৰ্মাণ বিভাগে৷ শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ দিনত এটা বিভাগে নাকি লগাব পৰা নাই ঠিকাদাৰ প্ৰসেনজিৎ নাথক৷

লগতে পঢ়ক: মুছলমান জনসংখ্যাৰ সন্দৰ্ভত ওৱাইচিৰ মন্তৱ্য,’আমিহে অধিক কণ্ডম ব্যৱহাৰ কৰোঁ’

৭২০ মিটাৰ পথ নিৰ্মাণৰ বাবে ৪৬১২৮০৬:৫৫ টকা আৱণ্টন দিয়াৰ পিছতো দুটা বছৰে এটা বৃহৎ অঞ্চলৰ ৰাইজে যাতায়তৰ বাবে হাহাঁকাৰ কৰিব লগা হৈছে৷ শাসকীয় দলৰ নেতা-পালিনেতাক এইদৰে কামৰ আৱন্টন দি চৰকাৰখনে ৰাইজক আভুঁৱা ভৰাৰ অভিযোগ উঠিছে।

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd