• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিতৰ্ক: ভাৰতত নাই আইনৰ শাসন! আমেৰিকাৰ সংবাদ মাধ্যমৰ বিজ্ঞাপনত মোডী চৰকাৰক গৰিহণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2022 7:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Wall Street Journal carries full-page ad against Modi govt আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় দৈনিক কাকতত ভাৰত বিৰোধী বিজ্ঞাপন! ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বিজ্ঞাপনটোত অভিযোগ কৰা হৈছে যে ভাৰতত কোনো বিনিয়োগৰ পৰিৱেশ নাই। মোডী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহক বৃহৎ ক্ষমতা প্ৰদান কৰিছে।

ইয়াত লগতে দাবী কৰা হৈছে যে কমেও ১২ জন ভাৰতীয় পদমৰ্যাদাসম্পন্ন ব্যক্তিক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ ৰাষ্ট্ৰসমূহত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হওক। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নামো আছে এই তালিকাত।

লগতে পঢ়ক: সোমবাৰে গ্ৰেপ্তাৰ হ’ব মনীষ চিছ’দিয়া! চিবিআইৰ চমনৰ পাছতে দাবী আপৰ

Apply Now

এনে বিজ্ঞাপনটোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতীয়সকলে ইতিমধ্যে বাতৰি কাকতৰ সম্পাদকৰ পৰা ক্ষমা বিচাৰিছে।

বিজ্ঞাপনটো শনিবাৰে প্ৰকাশিত হৈছিল। বৰ্তমান বিত্ত মন্ত্ৰী আমেৰিকা যুক্তৰাষ্ট্ৰত আছে। বিশ্লেষকসকলৰ ধাৰণা যে সেই কথা মনত ৰাখিয়েই এনে ধৰণৰ বিজ্ঞাপনৰ পৰিকল্পনা কৰা হৈছে।

বিজ্ঞাপনটোত অভিযোগ কৰা হৈছে যে ভাৰতৰ প্ৰতিষ্ঠানগত আন্তঃগাঁথনি ধ্বংস কৰা হৈছে। সেয়েহে নিৰ্মলা সীতাৰমনকে ধৰি ১১ জন লোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে। মন্ত্ৰী, আমোলা, ন্যায়াধীশ সকলো আছে এই তালিকাত!

লগতে পঢ়ক: দহ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা: হত্যাকাৰীক মৃত্যুদণ্ড বিহিলে আদালতে

স্বাভাৱিকতে, প্ৰশ্ন উত্থাপিত হৈছে যে এনে ঘৃণনীয় বিজ্ঞাপনৰ আঁৰৰ মূল সূত্ৰধাৰ কোন। উৰাবাতৰি বিয়পি পৰিছে যে ইয়াৰ আঁৰত আছে ৰামচন্দ্ৰন বিশ্বনাথন। তেওঁ দেভাচ গ্ৰুপৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া।

বিশ্বনাথন এই মুহূৰ্তত দেশৰ বাহিৰত আছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা কাঞ্চন গুপ্তাই টুইটাৰত এই দাবী কৰিছে। “বিশ্বনাথন ভাৰতৰ এজন ঘোষিত পলাতক বিত্তীয় অপৰাধী। উচ্চতম ন্যায়ালয়ে তেওঁৰ প্ৰতিষ্ঠান দেভাচ গ্ৰুপক দুৰ্নীতিৰ অভিযোগত দোষী সাব্যস্ত কৰিছে। এয়া কেৱল মোডী চৰকাৰ বিৰোধী অভিযান নহয়। এইটো ন্যায়িক ব্যৱস্থাৰ বিৰোধী। আনকি ভাৰতৰ সাৰ্বভৌমত্বৰো বিৰোধী।‘’

লগতে পঢ়ক: ৰক্ষকেই ভক্ষক! অপহৰণ-ধন দাবীত জড়িত হ’ল আৰক্ষী, ধন আদায় নকৰিলে ভুৱা গোচৰ ৰুজু কৰাৰ ভাবুকি

বিৰোধী দলবোৰে ইডি আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে অভিযোগ কৰিছিল যে কেন্দ্ৰই এই কোম্পানীবোৰৰ জৰিয়তে সন্ত্ৰাস সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। এই পৰিস্থিতিৰ মাজতে আমেৰিকাৰ কাকতৰ বিতৰ্কিত বিজ্ঞাপনতো একেই দাবী প্ৰকাশ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd