• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ অৰ্জুন! ভাৰতৰ আন এক কিশোৰ দবা খেলুৱৈৰ হাতত পৰাজিত বিশ্ব চেম্পিয়ন কাৰ্লছেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2022 8:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰমেশ বাবু প্ৰজ্ঞানন্দাৰ পিছত এইবাৰ অৰ্জুন এৰিগাইচি। আন এগৰাকী ভাৰতীয় কিশোৰৰ হাতত পৰাজিত হ’ল বিশ্ব দবা চেম্পিয়ন মেগনাছ কাৰ্লছেন। মেল্টৱাটাৰ চেম্পিয়নছ চেছ টুৰ্ণামেণ্টৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দবা খেলুৱৈগৰাকীৰ হাতত পৰাজিত হয় কাৰ্লছেন।

অৰ্জুনে শনিবাৰে জুলিয়াছ বেয়াৰ জেনাৰেশন কাপৰ ফাইনেলত বিশ্বৰ এক নম্বৰ দবা খেলুৱৈগৰাকীৰ হাতত পৰাজিত হৈছিল। এসপ্তাহৰ পিছতে অৰ্জুনে তাৰ প্ৰতিশোধ ল’লে। অৰ্জুনে আগৰ দিনৰ খেলত কাৰ্লছেনৰ বিৰুদ্ধে মূৰ তুলি থিয় হ’ব পৰা নাছিল যদিও তেওঁ শনিবাৰে ঠাণ্ডা মগজুৰে খেলিছিল। তেওঁ খেলখনত কাৰ্লছেনৰ ভুলৰ সুযোগ ল’লে আৰু দমনীয় প্ৰদৰ্শনেৰে কাৰ্লছেনক হৰুৱালে।

লগতে পঢ়ক: বিতৰ্ক: ভাৰতত নাই আইনৰ শাসন! আমেৰিকাৰ সংবাদ মাধ্যমৰ বিজ্ঞাপনত মোডী চৰকাৰক গৰিহণা

Apply Now

কাৰ্লছেনক পৰাস্ত কৰাৰ পিছত অৰ্জুনে কয়, “এই জয় মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰ্লছেনক পৰাস্ত কৰি খুউব ভাল লাগিছে।”

ইপিনে, খেলখনত পৰাজিত হোৱাৰ পিছত কাৰ্লছেনে কয় যে এইটো তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া খেলবোৰৰ এটা আছিল। “মই আগতে এই প্ৰতিযোগিতাখনত ইমান বেয়াকৈ খেলা নাই। মই মোৰ নিজৰ ছন্দত নাছিলো। মই বহুত ভুল কৰিছিলো।”

লগতে পঢ়ক: সোমবাৰে গ্ৰেপ্তাৰ হ’ব মনীষ চিছ’দিয়া! চিবিআইৰ চমনৰ পাছতে দাবী আপৰ

ইয়াৰ পূৰ্বে কাৰ্লছেনে একেৰাহে তিনিবাৰকৈ ১৭ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ হাতত পৰাজিত হৈছিল। দবাৰ বিশ্ব চেম্পিয়নগৰাকী আনকি দাবা অলিম্পিয়াডতো খুব ভাল ছন্দত নাছিল। এইবাৰ তেওঁ অৰ্জুনৰ হাততো পৰাজিত হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd