• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী, জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ; ৰাছিয়াৰ গৰিহণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2022 5:40 pm
ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভ।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভ।

171
VIEWS
Share on FacebookShare on Twitter

Kremlin condemns arrest of Russian আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী আৰু জাৰ্মানীত কেইবাজনো ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিৰ পিছতে ৰাছিয়াই এই ঘটনাক গৰিহণা দিছে।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে শুকুৰবাৰে কয়, “আমি এই ধৰণৰ ঘটনাৰ সম্পূৰ্ণ বিৰোধী। ৰাছিয়াৰ নাগৰিকসকলক এইদৰে গ্ৰেপ্তাৰৰ গৰিহণা জনাইছো।‘’

লগতে পঢ়ক: অঘটন! ৱেষ্ট ইণ্ডিজৰ বিদায়; আয়াৰলেণ্ডৰ হাতত হাৰি টী-২০ বিশ্বকাপৰ পৰা বাহিৰ দুবাৰৰ চেম্পিয়ন

পেচকোৱে কয় যে মস্কোৱে বিদেশত বন্দী ৰাছিয়াৰ নাগৰিকসকলক সুৰক্ষা দিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰাছিয়াৰ ইটালীৰ দূতাবাসে এটা ফেচবুক পোষ্টত কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধত ৰাছিয়াৰ নাগৰিকজনক ১৭ অক্টোবৰত মিলান মালপেনচা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।”

জানিব পৰা গৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধত ১৭ অক্টোবৰত জাৰ্মানী আৰু ইটালীৰ পৰা পাঁচজন ৰাছিয়াৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ ভিতৰত দুজন তেল ব্যৱসায়ী আছে যিয়ে ভেনিজুৱেলাত ইন্ধন তেল বিক্ৰী কৰিছিল।

লগতে পঢ়ক: ‘মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক জেহাদ ঘোষণা কৰিবলৈ শিকাইছিল’: কংগ্ৰেছ নেতাৰ মন্তব্যকলৈ বিতৰ্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে বুধবাৰে তেওঁলোকৰ বিৰুদ্ধে নিষেধাজ্ঞা অমান্য কৰি তেল ব্যৱসায় আৰু ধন ৰপ্তানিৰ বাবে অভিযোগ প্ৰস্তুত কৰিছিল। যদি গোচৰটোত দোষী সাব্যস্ত হয়, তেতিয়া তেওঁলোকে কমেও ৩০ বছৰ কাৰাবাসৰ সন্মুখীন হ’ব পাৰে।

Recent News

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd