• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বিদ্ৰোহী সংগঠনৰ আক্ৰমণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল সেনাৰ হেলিকপ্টাৰ! দায়িত্ব স্বীকাৰ কৰিছে ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2022 6:54 pm
Army helicopter crash
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২১ অক্টোবৰত অৰুণাচল প্ৰদেশত সংঘটিত হোৱা ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰত আছিল বিদ্ৰোহী সংগঠন ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্ট, চমুকৈ আৰপিএফ! এক বিবৃতি যোগে সংগঠনটোৱে নিজেই স্বীকাৰ কৰিছে এই আক্ৰমণৰ দায়িত্ব।

বিবৃতিটোত আৰপিএফে কয় যে মণিপুৰ নাগা পিপলছ ফ্ৰণ্ট আৰু আৰপিএফৰ সামৰিক শাখা পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ কেডাৰসকলে আৰপিজি আৰু মৰ্টাৰ ব্যৱহাৰ কৰি অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন ধ্বংস কৰে।

Apply Now

আৰপিএফে বিবৃতিটোত লগতে কেন্দ্ৰীয় চৰকাৰক মণিপুৰ, নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় সশস্ত্ৰ বাহিনী প্ৰত্যাহাৰ কৰিবলৈও দাবী জনায়।

উগ্ৰপন্থী সংগঠনটোৱে লগতে চৰকাৰে সেনাৰ প্ৰত্যাহাৰ নকৰিলে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৈনিকসকলক আক্ৰমণ কৰি যাব সতৰ্ক কৰি দিছে।

আৰপিএফৰ এই বিবৃতি এতিয়া সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।অৱশ্যে, আৰপিএফৰ দ্বাৰা প্ৰকাশিত এই বিবৃতিটো কিমানদূৰ সত্য, নৰ্থইষ্ট নাও-এ সেই বিষয়ে স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিব পৰা নাই।

উল্লেখ্য যে, ২১ অক্টোবৰত অৰুণাচল প্ৰদেশৰ উজনি ছিয়াং জিলাৰ মিগিং গাঁৱৰ ওচৰত দুগৰাকী পাইলটসহ পাঁচগৰাকী কৰ্মচাৰী থকা ভাৰতীয় সেনাৰ ‘ৰুদ্ৰ’ নামৰ এখন উন্নত পাতল হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই শোকাৱহ দুৰ্ঘটনাত আটাইকেইগৰাকী জোৱানৰে মৃত্যু হৈছিল।

এই দুৰ্ঘটনাৰ আঁৰৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্টে ইয়াৰ পূৰ্বে মণিপুৰত অসম ৰাইফলছৰ কনভয়ত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।

সেই আক্ৰমণত ‘৪৬ অসম ৰাইফলছ’ৰ কমাণ্ডিং অফিচাৰ বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু আঠ বছৰীয়া পুত্ৰসহ অসম ৰাইফলছৰ পাঁচগৰাকী জোৱান নিহত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd