• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Raghuram Rajan: ‘দেশত চাকৰিৰ সংকট সঁচাকৈয়ে উদ্বেগজনক’, চিন্তিত ৰঘুৰাম ৰাজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2022 12:04 pm
ৰঘুৰাম ৰাজন।

ৰঘুৰাম ৰাজন।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Raghuram Rajan says India’s job situation is really alarming ভাৰতত চাকৰিৰ পৰিস্থিতি সঁচাকৈয়ে উদ্বেগজনক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে এনে ধৰণৰ আশংকা প্ৰকাশ কৰিছে। একে সময়তে তেওঁ পৰামৰ্শ দিছে যে চৰকাৰে এতিয়াই এই বিষয়টোত গুৰুত্ব দিব লাগে।

আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি বৃহস্পতিবাৰে ৰঘুৰাম ৰাজনে এই মন্তব্য কৰে।

লগতে পঢ়ক: হিংসাজৰ্জৰ পাকিস্তানতকৈও কম সুৰক্ষিত ভাৰত! আটাইতকৈ বেয়া পৰিস্থিতি আফগানিস্তানৰ

Apply Now

তেওঁ কয়, “কেৱল আমি বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি বুলি ক’লেই নহ’ব। ইয়াৰ পৰিৱৰ্তে শ্ৰমভিত্তিক চাকৰিক সমৰ্থন দিব লাগিব। এই ধৰণৰ চাকৰি সৃষ্টি কৰিব লাগিব। কিন্তু মই ভাবো পৰিস্থিতিটো উদ্বেগজনক।”

ৰাজনে উল্লেখ কৰা শ্ৰমভিত্তিক চাকৰিবোৰ হৈছে ৰেষ্টুৰেণ্ট, হোটেল, কৃষি, খনন আৰু স্বাস্থ্যসেৱাৰ দৰে খণ্ডৰ। এই সকলোবোৰ ক্ষেত্ৰত যথেষ্ট শ্ৰমৰ প্ৰয়োজন। তেওঁ এনে ধৰণৰ চাকৰিৰ জৰিয়তে দেশৰ নিযুক্তিৰ খৰাং সমাপ্ত কৰাৰ সপোন দেখিছে।

একে সময়তে ৰঘুৰাম ৰাজনে অনুভৱ কৰে যে দেশৰ মানুহে যিদৰে কৃষি খণ্ড এৰি চাকৰি আৰু নিৰ্মাণ কাৰ্যৰ দিশে গতি কৰিছে সেয়া বৰ্ধিত অৰ্থনীতিৰ বাবে ভাল লক্ষণ নহয়। অৱশ্যে তেওঁ লগতে আশাবাদীও কিয়নো পৰিস্থিতি সলনি হৈ আছে।

লগতে পঢ়ক: নিৰ্দেশনা স্বত্বেও ইউক্ৰেইন এৰিবলৈ অনিচ্ছুক; কেন্দ্ৰৰ নীতিকে দোষাৰোপ ভাৰতীয় শিক্ষাৰ্থীৰ

 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰগৰাকীয়ে কয়, “যোৱা দুবছৰত আমি লক্ষ্য কৰিছো যে মানুহে কৃষিলৈ উভতি আহিছে। সেয়েহে, নিবনুৱাৰ সংখ্যাতো যথেষ্ট বিভ্ৰান্তি আছে। কিয়নো এনেদৰে কৃষিলৈ উভতি অহা লোকসকলক হিচাপত ধৰা হোৱা  নাই।”

দৰাচলতে দেশত নিযুক্তিৰ বিষয়টো বহুদিনৰ পৰা চিন্তনীয় হৈ আছে। শেহতীয়াকৈ কেন্দ্ৰই নিযুক্তি সৃষ্টিৰ বাবে ‘ৰোজগাৰ মেলা’ৰ আয়োজন কৰিছিল। কিন্তু ৰাজন কেন্দ্ৰৰ পদক্ষেপত সুখী নহয়। তেওঁৰ মতে চৰকাৰে এনেদৰে নিৰ্মাণ খণ্ডৰ ওপৰত গুৰুত্ব দিয়াটো সঠিক পদক্ষেপ নহয়।

লগতে পঢ়ক:Smiling Sun: সূৰ্যই হাঁহি আছে! তাতেই লুকাই আছে বিপদো, ধৰা পৰিছে নাছাৰ কেমেৰাত

তেওঁ কয়,”মই কোৱা নাই যে মই নিৰ্মাণত গুৰুত্ব নিদিম। কিন্তু আন ক্ষেত্ৰতো আপুনি শক্তিশালী হ’ব লাগিব। কেৱল দেশতে নহয়, ৰপ্তানিৰ ক্ষেত্ৰতো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd