• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিজোৰামৰ শিল কুৱেৰী স্খলনত আঠগৰাকী লোকৰ মৃত্যু: এতিয়াও নিখোঁজ চাৰিগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2022 8:08 am
Mizoram Stone Quarry Collapse
182
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাজ্য মিজোৰামত সোমবাৰে এটা শিলৰ কুৱেৰীত হোৱা স্খলনৰ ফলত খহি পৰা মাটিত পোঁত যোৱা আঠগৰাকী শ্ৰমিকৰ মৃতদেহ এইপৰ্যন্ত উদ্ধাৰ কৰা হৈছিল। আনহাতে নিখোঁজ হোৱা আন চাৰিগৰাকী শ্ৰমিকৰ সন্ধান এতিয়াও অব্যাহত আছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে এক বিবৃতিত উল্লেখ কৰা মতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃতদেহ কেইটাৰ চিনাক্তকৰণ কৰা হ’ব। ঘটনাস্থলীত এতিয়াও অভিযান চলি আছে আৰু সন্ধানহীন আটাইকেইগৰাকী লোক উদ্ধাৰ নোহোৱালৈকে অভিযান অব্যাহত থাকিব বুলি বিবৃতিত লগতে কোৱা হৈছে।

উল্লেখ্য ৰাজ্যখনত এটা শিলৰ কুৱেৰী খহি পৰাৰ ফলত বিহাৰৰ প্ৰায় ১২ গৰাকী শ্ৰমিক খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ পৰিছিল।

হনাথিয়েল জিলাৰ মৌদাৰহ অঞ্চলত থকা এটা প্ৰাইভেট কোম্পানীৰ শ্ৰমিকসকলে খাদ্য গ্ৰহণ কৰি পুনৰ কামলৈ উভতি অহাৰ সময়তে শিলৰ কুৱেৰীটোত স্খলন হৈছিল।

এই ভয়াৱহ ঘটনাত কুৱেৰীটোত থকা পাঁচখন হিটাচি খনন বাহন আৰু অন্যান্য ড্ৰিলিং মেচিনৰ লগতে ১২ গৰাকী শ্ৰমিক কুৱেৰীৰ তলত সোমাই পৰিছিল।

স্থানীয় লেইট গাঁও আৰু হনাথিয়েল চহৰৰ একাংশ স্বেচ্ছাসেৱক কৰ্মী ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল যদিও কালি পৰ্যন্ত কোনো লোকৰে সন্ধান উলিয়াব পৰা নাছিল।

আনহাতে উদ্ধাৰ অভিযানৰ উদ্দেশ্যে পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, সীমান্ত সুৰক্ষা বাহিনী আৰু অসম ৰাইফলছৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈছিল।

জানিব পৰা মতে, প্ৰাইভেট কোম্পানীৰ দ্বাৰা পৰিচালিত এই কুৱেৰীটো আঢ়ৈ বছৰ ধৰি কাৰ্যক্ষম হৈ আছে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd