• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল শিক্ষণঃ বিশ্বৰ দুই-তৃতীয়াংশ শিশুৱে লাভ কৰা নাই ডিজিটেল শিক্ষা, ইউনিচেফৰ তথ্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 23, 2022 7:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডে সমগ্ৰ বিশ্বৰে শিক্ষা ব্যৱস্থাটোৰ ক্ষতিগ্ৰস্ত সাধন কৰিছে। কোভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত অনলাইন শ্ৰেণীৰ এক নতুন ধাৰা গঢ় লৈ উঠে। কেইবাটাও ৰাষ্ট্ৰীয় আৰু গোলকীয় প্ৰতিবেদনত শিকাৰ ব্যৱধান আৰু ডিজিটেল বিভাজনৰ বিষয়ত আলোকপাত কৰা হৈছে।

ইউনিচেফে ২০২০ চনৰ প্ৰতিবেদনত বিদ্যালয়সমূহত ডিজিটেল শিক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী দেখা দিয়া বাধাবোৰ চিহ্নিত কৰিছিল। সংস্থাটোৰ প্ৰতিবেদনত পৰকাশ পাইছিল যে যে দুই-তৃতীয়াংশ শিশুৱে বিশ্বব্যাপী অনলাইন শিক্ষা প্ৰাপ্ত কৰিব পৰা নাই। ২০২০ চনৰ ছেপ্টেম্বৰত প্ৰকাশিত ‘ডিজিটেল লাৰ্ণিং ফৰ এভৰী চাইল্ড: ক্লোজিং দ্য গেপছ ফৰ এ ইনক্লুচিভ এণ্ড প্ৰছপেৰাছ ফিউচাৰ’ শীৰ্ষক ইউনিচেফৰ প্ৰতিবেদনে ডিজিটেল বৈষম্যৰ ফলত হোৱা বৃহৎ শিক্ষণ ব্যৱধান দূৰ কৰাৰ উপায়বোৰ উল্লেখ কৰিছিল। প্ৰতিবেদনত ডিজিটেল শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বাধা বোৰৰ কথা উল্লেখ কৰা হৈছে।আৰম্ভণিতে, প্ৰতিবেদনখনত ব্যাখ্যা কৰা হৈছে যে ডিজিটেল বৈষম্যৰ অৰ্থ কেৱল মৌলিক সেৱা আৰু ইণ্টাৰনেটৰ অনুপলব্ধতাই নহয় । এনে ডিজিটেল বৈষম্য কেনেদৰে দূৰ কৰিব পাৰি আৰু ন্যায়সঙ্গত শিক্ষা নিশ্চিত কৰিব পাৰি সেই বিষয়ত ইউনিচেফে গুৰুত্ব দিছে।

Apply Now

ইউনিচেফে দুখীয়া নেট ব্যৱহাৰকাৰীসকলৰ ওপৰত অধিক গুৰুত্ব দি বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগত অধিক ধন বিনিয়োগৰ পৰামৰ্শ দিছে।সংস্থাটোৱে কৈছে যে জি-২০ সদস্য ৰাষ্ট্ৰ, বিভিন্ন দেশৰ চৰকাৰ আৰু ব্যক্তিগত খণ্ডবোৰে বিশ্বজুৰি লাখ লাখ বিদ্যুৎ তথা নেট সংযোগবিহীন শিশুক বিদ্যুৎ আৰু নেটৰ সংযোগ দিয়াটো নিশ্চিত কৰিবলৈ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিব লাগিব।

ইউনিচেফে লগতে কৈছে যে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে দূৰৱৰ্তী বিদ্যালয়সমূহলৈ ডিজিটেল সংযোগ ত্বৰান্বিত কৰিব লাগিব। এটা প্ৰতিষ্ঠানে কেৱল বিদ্যালয়সমূহতে নহয়, তেওঁলোকৰ চুবুৰীয়া পৰিয়ালবোৰলৈও বিদ্যুৎ আৰু নেট সংযোগ দিয়াটো নিশ্চিত কৰিলে সকলোৱে উপকৃত হ’ব।

উল্লেখ্য ডিজিটেল শিক্ষা তৰান্বিত কৰাৰ উদ্দেশ্যই ২০২০ ইউনিচেফে এয়াৰটেল আফ্ৰিকাৰ সৈতে লগ লাগি নিৰ্বাচিত শৈক্ষিক ৱেবছাইট আৰু ব্ৰাউজিং টাইটৰ মাচুল আফ্ৰিকাৰ ১৩ খন দেশত ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd