• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড! হোষ্টেলৰ ‘চিনিয়ৰ’ৰ প্ৰহাৰত কাণ বিকল হ’ল ছাত্ৰৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
December 4, 2022 2:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত আন আন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ নতুন নতুন তথ্য পোহৰলৈ আহি আছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিংৰ নামত চলা অকথ্য নিৰ্যাতনৰ আন এক তথ্য পোহৰলৈ আহিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC 3 হোষ্টেলত ৰেগিঙৰ বলি হৈ ঘুনীয়া হৈছে গোৱালপাৰা জিলাৰ শিমলিতোলা অঞ্চলৰ ভেৰভেৰি গাঁওৰ হজৰত আলী নামৰ ছাত্ৰ গৰাকী।

চুপাৰ ছিনিয়ৰ আৰু লগৰীয়াৰ প্ৰহাৰত কাণ বিকল হৈ পৰিছে ছাত্রগৰাকীৰ। আনহাতে, কৰ্তৃপক্ষই জানিও ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে।

Apply Now

লগতে পঢ়ক: বিষাক্ত সম্পৰ্ক! স্বামীক লাহে লাহে বিষ দি হত্যা; প্ৰেমিকক লগত লৈ ষড়যন্ত্ৰ পত্নীৰ

ৰাজ্যত তোলপাৰ লগোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চাঞ্চল্যকৰ ৰেগিং কাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰৰ দ্বাৰা ৰেগিঙৰ অত্যাচাৰত আত্মহত্যাৰ চেষ্টা চলাই বৰ্তমান চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মা নামৰ ছাত্ৰগৰাকী আতিশয্য চলোৱাৰ অভিযোগত অভিযুক্ত চাৰিগৰাকী ছাত্ৰক বহিষ্কাৰ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এগৰাকী অভিযুক্ত কল্যাণ দত্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

ইয়াৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত আন এক ৰেগিং কাণ্ডৰ কথাও পোহৰলৈ আহে। কনিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত অভিযুক্ত দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক দোষী সাব্যস্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

লগতে পঢ়ক: দিনৰ পোহৰতে কুখ্যাত গেংষ্টাৰক গুলীয়াই হত্যা; দুৰ্বৃত্তৰ গুলীত এজন পথচাৰীও নিহত

দুই অভিযুক্ত ছাত্ৰক দোষী সাব্যস্ত কৰি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰদ্বয়ক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰাও নিলম্বিত কৰিছে।

সেইদৰে, ঐতিহাসিক যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়তো ১২গৰাকী ছাত্ৰৰ বিৰুদ্ধে ৰেগিঙৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত যোৰহাট সদৰ আৰক্ষী থানাত অভিযুক্ত ছাত্ৰকেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 

ৰেগিঙৰ বলি হোৱা ছাত্ৰজন প্ৰণৱজ্যোতি চেতিয়া বুলি বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়খনৰ প্ৰথম ষান্মাসিকত অধ্যয়ন কৰা প্ৰণৱজ্যোতি চেতিয়াক শাৰিৰীক আৰু মানসিকভাৱে ছাত্ৰকেইগৰাকীয়ে দীৰ্ঘদিন ধৰি হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে  ছাত্ৰগৰাকীয়ে।

লগতে পঢ়ক: তামিলনাডুত ৩৩ বছৰীয়া ব্যক্তিৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ৪ জন শ্ৰমিক

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘটনাৰ পিছতে বিভিন্ন মহাবিদ্যালয়ত ঘটা ৰেগিং কাণ্ডৰ বিষয়ে তথ্য পোহৰলৈ আহিবলৈ লৈছে। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়তো তেনে ঘটনাৰ পুনৰাবৃত্তিয়ে স্বাভাৱিকতে বৌদ্ধিক মহলক সচকিত কৰি তুলিছে।

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd