• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত ভাৰত – পাকিস্তানৰ গৃ্হমন্ত্ৰীয়ে আগবঢ়ালে বিস্ফোৰক মন্তব্য।

পঞ্জাৱ আৰক্ষী এ আই জি (চি টি ডি) মেহমুদে জনোৱা মতে, ২০২১ চনৰ ২৩ জুন তাৰিখে নিশা ১১ বজাৰ পিছত লাহোৰৰ জোহৰ টাউনত এটা বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ২০০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা এই বিস্ফোৰণত এখন গাড়ী বিস্ফোৰিত হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2022 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মঙলবাৰে পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত এখন সংবাদত মেলত পাকিস্তানৰ গৃ্হমন্ত্ৰী ৰাণা ছানাউল্লাহে ভাৰতৰ বিষয়ে আগবঢ়ালে এক বিস্ফোৰক মন্তব্য। তেওঁ কয় যে পাকিস্তানৰ সকলো সন্ত্ৰাসবাদী কাৰ্যকলাপত ভাৰত জড়িত থকাৰ চিন দেখা পোৱা গৈছে। বুধবাৰে পাকিস্তানী সংবাদ মাধ্য দ্য নিউজ ইন্টাৰনেশ্যনেলে বুধবাৰে এটি প্ৰতিবেদনত এই খবৰ প্ৰকাশ কৰিছে।

সংবাদমেলযোগে পাকিস্তানৰ গৃ্হমন্ত্ৰী ৰাণা ছানাউল্লাই কয়, ‘ভাৰতে প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় সমাজক উচটনি দিয়ে আৰু তাৰ পিছত পাকিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হয়। ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে।’

Apply Now

মন্ত্ৰীগৰাকীৰ সৈতে আছিল পঞ্জাৱ আৰক্ষী সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ অতিৰিক্ত মহাপৰিদৰ্শক ইমৰান মেহমুদ। ৰাণা ছানাউল্লাই কয় যে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সাংবাদিকসকলৰ জৰিয়তে পাকিস্তানৰ কাৰ্যকলাপত ভাৰতৰ গোপন এজেণ্ডাৰ কথা সমগ্ৰ বিশ্বৰ আগত উদঙাই দিব।

পাকিস্তানৰ গৃ্হমন্ত্ৰীজনৰ মন্ত্ৰীৰ মতে, যোৱা বছৰ পাকিস্তানত সংঘটিত হোৱা কিছুমান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত ভাৰত জড়িত আছিল। তাৰে অপৰাধী সকলক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ দায়িত্ব ভাৰতে কিছু পৰিমাণে গ্ৰহণ কৰিছে।

পঞ্জাৱ আৰক্ষী এ আই জি (চি টি ডি) মেহমুদে জনোৱা মতে, ২০২১ চনৰ ২৩ জুন তাৰিখে নিশা ১১ বজাৰ পিছত লাহোৰৰ জোহৰ টাউনত এটা বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ২০০ কিলোগ্ৰাম বিস্ফোৰক ব্যৱহাৰ কৰা এই বিস্ফোৰণত এখন গাড়ী বিস্ফোৰিত হয়। এই বিস্ফোৰণত তিনিজন লোক নিহত হোৱাৰ লগতে ২২জন লোক আহত হয়।

মেহমুদে লগতে কয় যে এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। যিহেতু ই আৱাসিক অঞ্চল আছিল, সেয়েহে তাত গাড়ী আৰু ঘৰৰ যথেষ্ট ক্ষতিসাধন হৈছিল। বিস্ফোৰণৰ লগে লগে সন্ত্ৰাসবাদ বিৰোধী বিভাগে এফআইআৰ ৰুজু কৰি ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা তিনিজনৰ ভিতৰত প্ৰথমজন আছিল পিটাৰ পল ডেভিদ। তেওঁৰ গাড়ীৰ তথ্যৰ জৰিয়তে চিনাক্ত কৰা হৈছিল । পিটাৰ আছিল সন্ত্ৰাসবাদী অভিযানটোৰ তদাৰককাৰী। এই ঘটনাত জড়িত পিটাৰ পল ৰ’ৰ দুজন এজেণ্ট আলী বুদৈশ আৰু বাবলু শ্ৰীবাস্তৱৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগত আছিল।

ইয়াৰ উপৰিও ছাজ্জাদ হুছেইন নামৰ এজন ব্যক্তিয়ে এই ঘটনাৰ লগতে জোহৰ টাউন বিস্ফোৰণতো ডেভিদক সহায় কৰিছিল বুলি মেহমুদে কয়।

পাকিস্তানী চিটিডিৰ এইগৰাকী বিষয়াই কয় যে ইয়াৰ চাৰি-পাঁচ দিনৰ পাছত চিটিডিৰ বিষয়াসকলে আৰু দুজন অপৰাধী ঈদ গুল আৰু তেওঁৰ পত্নী আয়েছা গুলক বিচাৰি পায়। তেওঁ দাবী কৰে যে ডেভিদে বিস্ফোৰণৰ বাবে সাজু হ’বলৈ নিজৰ গাড়ীখন গুলক দিছিল। ইয়াৰ পিছতে গুলে গাড়ীখনত বিস্ফোৰক ৰোপণ কৰে। গুলে দিয়া তথ্যৰ ফলত অৱশেষত আৰক্ষীয়ে ছামি-উল-হকক গ্ৰেপ্তাৰ কৰে।এই ব্যক্তিজনেই হৈছে পাকিস্তানত উক্ত বিস্ফোৰণৰ পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মূল পৰিকল্পনাকাৰী।

মেহমুদে কয় যে অভিযুক্ত ছামি-উল হক ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ’ৰ সৈতে কমেও ১২ বছৰ ধৰি জড়িত হৈ আছে। মেহমুদে লগতে কয় যে ছামিৰ ভায়েক উজাইৰ আকবৰে তেওঁক সন্ত্ৰাসবাদী কাৰ্যকলাপত সহায় কৰিছিল।

এতিয়া পাকিস্তানৰ গৃ্হমন্ত্ৰীয়ে সংবাদমেলত আগবঢ়োৱা এই বিস্ফোৰক মন্তব্যই চৰ্চা লাভ কৰিছে বিভিন্ন মাধ্যমত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

দেশীয় প্ৰজাতিৰ কুকুৰ আলোকৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন, দেখা কৰিবলৈ হেতা-ওপৰা লগালে সহস্ৰাধিক লোকে

June 17, 2026 7:21 pm
৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

৩ ভাৰতীয়ৰ মৃত্যু, যুৱচামৰ প্ৰতিবাদ! ইফালে মেলোনীৰ সৈতে ইনষ্টাগ্ৰাম ৰীলৰ কথাত ব্যস্ত মোদী, তীব্ৰ সমালোচনা কংগ্ৰেছৰ

June 17, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm
টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

টেলিগ্ৰাম নিষিদ্ধকৰণৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন, প্ৰতিবন্ধকতাৰ আঁৰত ৰিলায়েন্সৰ চক্ৰান্ত থকাৰ অভিযোগ

June 17, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd