• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক কৰ্ণাৰ: ‘পি-পি-ই-কিটৰ ভূত’

ললিত গগৈ by ললিত গগৈ
December 26, 2022 3:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্লু-ডাৰ্ট নামৰ কাৰ্গো বিমানখনৰ সতে বিমান বন্দৰত ফটো উঠি চীনৰ পৰা ৫০ হেজাৰ পি-পি-ই-কিট অনা দেশৰ প্ৰথমখন ৰাজ্য বুলি সগৌৰৱে টুইট কৰা ঘটনাতো বিধানসভাৰ মজিয়াত মিছা আখ্যা দিলে বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই । এতেকে তেতিয়াৰ সেই ঘটনা ভূতৰ কাম আৰু আমাৰ ভ্ৰম আছিল বুলিয়েই ধৰি ললো । কিন্ত একেজন স্বাস্থ্য মন্ত্ৰীয়ে এসময়ত বহু বিৰ্তকিত জে-চি-বি ইণ্ড্ৰাষ্টিজ নামৰ প্ৰতিষ্ঠানটোকো এন-এইচ-এমৰ ফালৰ পৰা পি-পি-ই-কিট যোগানৰ কোনো অৰ্ডাৰ দিয়া হোৱা নাছিল বুলি বিধানসভাত লিখিতভাবে জানিবলৈ দিছে । প্ৰতিষ্ঠানটোৰ ঠিকনা ইণ্ডাষ্টিয়েল ইষ্ট্ৰেট ; ফৰ্থ বাইলেন ; গুৱাহাটী বুলি কোৱা হৈছে ; কিন্ত মালিকৰ নাম জ্ঞাত নহয় বুলিছে । তেন্তে যোৱা জুন মাহত দা ক্ৰছ কাৰেণ্ট আৰু দা ৱায়াৰ নামৰ পৰ্টেল দুটাই আৰ-টি-আইৰ জৰিয়তে এন-এইচ-এমৰ পৰা তথ্য সংগ্ৰহ কৰি জে-চি-বিয়ে অতিৰিক্ত মূল্যত পি-পি-ই-কিটৰ অৰ্ডাৰ পোৱা বুলি যি চাঞ্চল্যকৰ বাতৰি প্ৰচাৰ কৰিছিল আৰু তাকে লৈ দেশজোৰা আলোড়ন সৃষ্টি হোৱাই নহয় বিৰোধী দলবোৰ তদন্তৰ দাবীত সোচ্চাৰ হৈ পৰিছিল সেয়াও কি মিছা আছিল । সেই তথ্যপাতিৰ আধাৰতে সংবাদ মেল দিবলৈ গৈ দিল্লীৰ উপ মুখ্যমন্ত্ৰী ইতিমধ্যে ফৌজদাৰী গোচৰৰো সন্মুখীন হৈছে । মন্ত্ৰী মহন্তৰ তথ্য সচাঁ বুলি ধৰিলে যি দেখিছো পৰ্টেল দুটাকহে এতিয়া গৰিহনাৰে উপচাই দিব লাগিব । এন-এইচ-এমৰ পৰা সংগ্ৰহ কৰা তথ্যপাতিৰে তেওঁলোকে দেখোন জে-চি-বি কোম্পানীটোৰ মালিক হিচাপে মুখ্যমন্ত্ৰীৰ পত্মী আৰু কোনোবা ধানুকাকো সাঙুৰিছিল । অথচ মন্ত্ৰী মহন্তই বিধানসভাত দিয়া তথ্যমতে কোম্পানীটোৰ মালিকৰ নাম এন-এইচ-এমৰ জ্ঞাত নহয় । এনেস্থলত গোটেই ঘটনাতো এতিয়া ৰহস্যৰ মাজত সোমাই পৰিল। আৰ-টি-আই তথ্যৰ আধাৰত পৰ্টেল দুটাই জে-চি-বিয়ে অৰ্ডাৰমতে ৫ হেজাৰ পি-পি-ই-কিট যোগান ধৰিব নোৱাৰাৰ বাবে এন-এইচ-এমে ২০২০ চনৰ ৬ এপ্ৰিলত অৰ্ডাৰ বাতিল কৰা আৰু তাৰ পৰিবৰ্তে যোগান পোৱা ১৪৮৫ টা পি-পি-ই-কিট পৰৱৰ্তী সময়ত চি-এছ-আৰ শিতানত গ্ৰহন কৰা বুলি দেখুওৱা বুলিও বাতৰি প্ৰচাৰ কৰিছিল । কিন্ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী মহন্তই দিয়া তথ্যই গোটেই কথাবোৰ ৰহস্যঘন কৰি পেলালে । এই ঘটনাটোও এতিয়া ভূতৰ কাৰবাৰ যেনহে লাগিল । পৰ্টেল দুটাক আৰ-টি-আইৰ উত্তৰত আগতে এন-এইচ-এমে যি লিখিত তথ্যপাতি দিছিল সেয়া মিছা আছিল নে মন্ত্ৰী মহন্তই দিয়া তথ্য মিছা সেই সন্দৰ্ভত পৰ্টেল দুটা নীৰৱ হৈ থকাৰ অৰ্থও বুজি পোৱা নাই । তেৰাসৱকো ভূতে লম্ভিলে নেকি !! আনহাতে সেই সময়ত বিষয়টো লৈ তদন্তৰ দাবীত সোচ্চাৰ হোৱা আনকি চি-বি-আই তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ মেমোৰেণ্ডাম পঠোৱা বিৰোধী দলকেইটাও মৌন !

Apply Now
ললিত গগৈ

ললিত গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd