• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলে কেতিয়াও গ্ৰহণ নকৰে চাকমা-হাজং শৰণাৰ্থী : আপছু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 12:00 pm
Ap

চাকমা-হাজং শৰণাৰ্থীৰ বিৰুদ্ধে আপছুৰ প্ৰতিবাদ : ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) কয় যে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণে অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াটো কেতিয়াও মানি নলয়।

শৰণাৰ্থী বিষয়ত ইয়াৰ সদস্যসকলৰ উপস্থিতিত পঞ্চমখন যৌথ উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ বৈঠকৰ পিছত সন্থাই শুকুৰবাৰে এটা প্ৰেছ বিজ্ঞপ্তিত লগতে দাবী কৰে যে ভোটাৰ তালিকাত কোনো নতুন চাকমা আৰু হাজং লোক অন্তৰ্ভুক্ত হোৱা উচিত নহয়।

Apply Now

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত বৈঠকখন অনুষ্ঠিত হৈছিল। বৈঠকত উপস্থিত আছিল গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (বৈদেশিক) অনিল মালিক, অৰুণাচল প্ৰদেশৰ গৃহ সচিব জি এছ মীনা, উপায়ুক্তসকল, প্ৰধান মুখ্য বন সংৰক্ষক, আপছুৰ কাৰ্যবাহী সদস্যসকল, আইনী উপদেষ্টা নাবাম জলাও আৰু মাৰ্টো কাৰ্টো তথা চাকমা আৰু হাজং সংগঠনসমূহৰ প্ৰতিনিধিসকল।

‘’ যিহেতু অৰুণাচল প্ৰদেশত থকা চাকমা আৰু হাজংসকল ভাৰতীয় নাগৰিক নহয়, গতিকে আমি ভোটাৰ তালিকাৰ পৰা সকলো চাকমা আৰু হাজং শৰণাৰ্থীৰ নাম শীৰ্ঘ্ৰেই কৰ্তন কৰিবলৈ দাবী জনাইছো। তেওঁলোকক নাগৰিকত্বৰ অধিকাৰ দিয়াৰ বিষয়টো যিহেতু সমাধা হোৱা নাই গতিকে নতুনকৈ নাম অন্তৰ্ভুক্ত হোৱা উচিত নহয়,’’ – সন্থাৰ বিবৃতিতটোত এইদৰে কোৱা হৈছে। আপছুৰ সভাপতি হাৱা বাগেংয়ে ৰাজ্যখনৰ জনসাধাৰণক সুৰক্ষা দিয়া দেশৰ আইনী ব্যৱস্থাৰ কথা উল্লেখ কৰে।

আপছুৱে শৰণাৰ্থীৰ জনসংখ্যা অপ্ৰত্যাশিতভাৱে বৃদ্ধি পোৱাত চিন্তা ব্যক্ত কৰে। ৰাজ্যখনত বৰ্তমান এই শৰণাৰ্থীৰ সংখ্যা ৩ লাখলৈ বৃদ্ধি পাইছে। শৰণাৰ্থীসকলৰ অপৰাধমূলক কামকাজৰ কথা উল্লেখ কৰি সন্থাই কয় যে শেহতীয়া তথ্য মতে চাকমা আৰু হাজং শৰণাৰ্থীসকলৰ বিৰুদ্ধে ৪৯৩ টা গোচৰ পঞ্জীয়ন হৈ আছে।

‘’ কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি নাগৰিক্তবৰ বাবে আবেদন কৰা আবেদনকাৰীসকলক চিনাক্ত তথা পৰীক্ষা কৰাৰ লগতে চাকমা আৰু হাজং শৰণাৰ্থীসকলে সংঘটিত কৰা অপৰাধজনক কামকাজৰ সকলো গোচৰ লিপিব্ধ কৰিব লাগে,’’-বিবৃতিটোত কোৱা হৈছে।

আপছুৱে লগতে কেন্দ্ৰক চাকমা আৰু হাজংসকল শৰণাৰ্থী, স্থানান্তৰিত লোক নে অবৈধ প্ৰব্ৰজনকাৰী সেয়া জনোৱাৰ দাবী কৰে। সন্থাই লগতে কয় যে  স্থানীয় খিলঞ্জীয়া আৰু ভাৰতীয় লোকসকলক আতংকিত কৰি তুলিবলৈ চাকমা আৰু হাজং ছাত্ৰই ‘’ দ্য অৰুণাচল ডিপ্ৰাইভড্ পীপল ফৰাম’’ নামৰ এটা উগ্ৰপন্থী গোট গঠন কৰিছে। ‘’এনে সংগঠনক নিষিদ্ধ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত,’’-বিবৃতিটোত কোৱা হয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd