• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

অসম আবকাৰী বিভাগৰ অভিলেখ পৰিমাণৰ ১৭০০ কোটি ৰাজহ সংগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 1:16 pm
parimal-678x381

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭-১৮ বিত্তীয় বৰ্ষত অসম আবকাৰী বিভাগে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে যাৰ পৰিমাণ হৈছে ১৭০০ কোটি টকা। ক্ৰয় ৫.৪৬ শতাংশ কম হোৱা সত্তেও বিভাগটোৱে অধিকতম ৰাজহ সংগ্ৰহ কৰিবলৈ হৈছে।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৈছে যে এয়া হৈছ বিভাগটোৰ দুৰ্নীতি হ্ৰাস হোৱাৰ এটা উদাহৰণ। তেওঁ কৈছে যে তেওঁ বিভাগটোক স্পষ্ট আৰু দুৰ্নীতিমুক্ত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। বিভাগৰ কাম-কাজত স্পষ্টতা অনা আৰু খৰটকীয়া কৰাৰ বাবে বিভাগটোৰ যাৱতীয় লেনদেন ডিজিটেলাইজড ব্যৱস্থালৈকে উন্নত কৰা হৈছে বুলি তেওঁ কয়।

Apply Now

সকলো শুল্ক অন্তৰ্ভুক্ত কৰি ৰাজহৰ পৰিমাণ ১৭০০ কোটি টকা। যোৱা বছৰত বিভাগে সমস্ত শুল্কসহ ১২০০ কোটি টকা, ২০১৫-১৬ চনত ৭৯৯.৫৩ কোটি টকা সংগ্ৰহ কৰিছিল।

২০১৭-১৮ চনত ৬২.৭৩ লাখ একলহল কেছ সেৱন কৰাৰ বিপৰীতে ২০১৬-১৭ চনত এই পৰিমাণ ৬৬.৩৬ কেছতকৈ অলপ অধিক আছিল। গতিকে প্ৰায় ৩,৬৩ লাখ কেছ কমকৈ সেৱন কৰা হৈছিল।

শুক্লবৈদ্যই কৈছে যে দেশীয় সুৰাৰ বাণিজ্যিকীকৰণ আৰু আধুনিকীকৰণৰ কোনো নীতি গ্ৰহণ কৰা হোৱা নাই। মহলদাৰী ব্যৱস্থাটো অস্বাস্থ্যকৰ ইয়াৰ বাণিজ্যকৰণৰ অভাৱ আছে।

তেওঁ আৰু কয় যে অসমৰ বিভিন্ন স্থানত জনজাতীয় লোকসকলৰ নিজা নিজা পানীয় প্ৰস্তুত প্ৰণালী থকা সত্তেও দেশত কোনো ঐতিহ্য পানীয় নীতি সদ্যহতে নাই। এই পানীয়সমূহ বাণিজ্যিকীকৰণ অচিন্তনীয় বুলি তেওঁ মন্তব্য কৰে। বিভাগৰ আন্তঃগাঁথনিমূলক সুবিধাৰ অভাৱ  আৰু আনকি ৰাজহ ফাঁকি ধৰা পেলাবলৈ বলৱৎকাৰী বিষয়া কৰ্মচাৰীৰ বাবে  বাহনো উপলব্ধ নহয় বুলি তেওঁ মন্তব্য কৰিছে। ।

প্ৰমাণপত্ৰ পঞ্জীয়ন নবীকৰণৰ নিৰিখ ৫০ শতাংশলৈকে হ্ৰাস কৰা হৈছে। পূৰ্বে ইয়াৰ পৰিমাণ ৩ লাখ টকাৰ বিপৰীতে বৰ্তমান ইয়াৰ পৰিমাণ ১.৫ লাখ টকা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd