• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বছৰত ডেৰ ইঞ্চিকৈ তিনিবছৰৰ পৰাই সোমাই গৈ আছিল যোশীমঠ

কিন্তু তাৰ পাছতো কেন্দ্ৰীয় সংস্থা এনটিপিচিৰ টাপোবান জলবিদ্যুৎ প্ৰকল্পৰ বাবে সুৰংগ খন্দাৰ কাম বন্ধ নহ’ল। পাহাৰৰ ভিতৰত ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ কৰি প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰাৰ কাম বন্ধ হোৱা নহ’ল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2023 8:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনৰ পৰা ঢিলা হ’বলৈ আৰম্ভ কৰিছিল যোশীমঠৰ ভূমি। তিনিবছৰ পূৰ্বে কৰা এক সমীক্ষাত এই কথা স্পষ্ট পৰিছে যে গড়োৱাল হিমালয়ৰ যোশীমঠ আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰ বিগত তিনি চাৰি বছৰমানৰ পৰাই তললৈ সোমাই গৈ আছে। প্ৰতিবছৰে গড়ে ডেৰ ইঞ্চিকৈ অৰ্থাৎ ৬ ছেন্টিমিটাৰকৈ ভূগৰ্ভলৈ সোমাই গৈ আছে যোশীমঠ চহৰ।

ডেৰাডুনৰ চৰকাৰী সংস্থা ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিম’ট চেন্সিঙৰ এই  প্ৰতিবেদন মঙলবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰে। লগতে সংস্থাটোৰ মুৰব্বীসকলে একে সময়তে কেইবাটাও প্ৰশ্নও উত্থাপন কৰে।

Apply Now

বিশেষজ্ঞৰ দলটোৱে দাবী কৰিছে যে সেইদিনা যদি নৰেন্দ্ৰ মোডীৰ চৰকাৰে সমীক্ষাৰ প্ৰাৰম্ভিক ফলাফল দেখিলেহেঁতেন তেন্তে আজিৰ দুৰ্যোগৰ সন্মুখীন নহ’লহেঁতেন।

Very scary situation unfolding in #Joshimath. Massive cracks and fissures in almost all houses, major hotels and roads. More than 700 families are impacted. Leaning buildings across the town.

Families tell me, “The govt knew everything since last year but never took any action.” pic.twitter.com/G9SRvmG1kV

— Tanushree Pandey (@TanushreePande) January 6, 2023

উল্লেখ্য যে  ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২২ চনৰ জুলাইলৈকে উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিম’ট চেন্সিঙৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ছোৱাত যোশীমঠৰ পাহাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বহু ফাট দেখা গৈছিল।

কিন্তু তাৰ পাছতো কেন্দ্ৰীয় সংস্থা এনটিপিচিৰ টাপোবান জলবিদ্যুৎ প্ৰকল্পৰ বাবে সুৰংগ খন্দাৰ কাম বন্ধ নহ’ল। পাহাৰৰ ভিতৰত ইটোৰ পিছত সিটোকৈ বিস্ফোৰণ কৰি প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰাৰ কাম বন্ধ হোৱা নহ’ল।

অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰীৰ সপোনৰ চৰ্ধাম প্ৰকল্পত পাহাৰ কাটি পথ নিৰ্মাণৰ কামো একে হাৰত চলি আছে। আৰু তাৰ ফলস্বৰূপে আজি দুৰ্যোগৰ সন্মুখত বদ্ৰিধাম প্ৰৱেশ!

ইফালে যোৱা ডিচেম্বৰ মাহত পুষ্কৰ সিং ধামীয়ে যোশীমঠৰ অৱস্থাৰ কথা বিৱৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখিছিল। কিন্তু তেওঁৰ পত্ৰৰ প্ৰত্যুত্তৰত কোনো সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ নকৰিলে দাবী অভিযোগ উত্থাপন কৰিছে পুষ্কৰ সিং ধামীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd