• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিচিলিত গ্ৰেপ্তাৰ ৩০ বছৰ ধৰি পলাতক ইটালীৰ ম’ষ্ট ৱান্টেড মাফিয়া সম্ৰাট মাট্টেও মেছিনা ডেনাৰোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 6:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালীৰ আৰক্ষীয়ে ৩০ বছৰ ধৰি পলাতক হৈ থকা দেশখনৰ ম’ষ্ট ৱান্টেড মাফিয়া সম্ৰাটক গ্ৰেপ্তাৰ কৰিছে। প্ৰচিকিউটৰসকলে কৈছে যে মাট্টেও মেছিনা ডেনাৰো চিচিলিৰ কোচা নোষ্ট্ৰা মাফিয়াৰ এগৰাকী বছ আছিল।

সোমবাৰে ৰাতিপুৱা আৰক্ষীয়ে চিচিলিয়াৰ ৰাজধানী পালেৰ্মোৰ এখন ব্যক্তিগত চিকিৎসালয়ত এক অজ্ঞাত চিকিৎসাজনিত কাৰণত চিকিৎসা গ্ৰহণ কৰি থকা ৬০ বছৰীয়া ডেনাৰোক গ্ৰেপ্তাৰ কৰে।

মেছিনা ডেনাৰোক ১৯৯২ চনত মাফিয়া বিৰোধী প্ৰচিকিউটৰ জিঅ’ভানি ফালকন আৰু পাওলো বৰচেলিনোৰ হত্যাকাণ্ডত তেওঁৰ ভূমিকাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল।

Apply Now

লগতে পঢ়ক: ‘ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰক অন্তৰ্ভুক্ত কৰক’:দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ ৰিজিজুৰ

পৰৱৰ্তী বছৰত ফ্লৰেন্স, ৰোম আৰু মিলানত বোমা আক্ৰমণত জড়িত থকাৰ বাবে তেওঁ আন এক যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হয়। সেই বোমা আক্ৰমণৰ ঘটনাত ১০ জন লোক নিহত হৈছিল।

ট্ৰাপানিৰ ওচৰৰ সৰু দক্ষিণ চহৰ কাষ্টেলভেট্ৰানোৰ পৰা অহা মেছিনা ডেনাৰোক প্ৰচিকিউটৰসকলে ১৯৯০ৰ দশকত আন কেইবাটাও হত্যাকাণ্ডৰ বাবে একমাত্ৰ বা যৌথভাৱে দায়ী বুলি অভিযুক্ত কৰিইল।

প্ৰচিকিউটৰসকলে জনায় যে ১৯৯৩ চনত তেওঁ এজন ১২ বছৰীয়া ল’ৰা জুচেপ্পে দি মাট্টেওৰ অপহৰণ সংঘটিত কৰাত সহায় কৰিছিল যাতে তেওঁৰ পিতৃয়ে মাফিয়াৰ বিৰুদ্ধে প্ৰমাণ দিয়াৰ পৰা বিৰত থাকে। হত্যা কৰি এচিডত ডুবাই ৰখাৰ পূৰ্বে ল’ৰাটোক দুবছৰ ধৰি বন্দী কৰি ৰখা হৈছিল।

লগতে পঢ়ক: টুইটাৰ ব্যৱহাৰ কৰি ৰাষ্ট্ৰ বিৰোধী প্ৰচাৰ! চৌদি অধ্যাপকক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

আৰক্ষীয়ে যোৱা বছৰ ছেপ্টেম্বৰত কৈছিল যে তেওঁ দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হোৱা স্বত্বেও তেওঁৰ আঞ্চলিক দুৰ্গ পশ্চিম চিচিলিয়াৰ ট্ৰাপানী চহৰৰ চাৰিওফালৰ এলেকাত মাফিয়াসকলক আদেশ জাৰি কৰি নিয়ন্ত্ৰণ কৰিছিল।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে তেওঁৰ গ্ৰেপ্তাৰক “দেশখনৰ বাবে এক বৃহৎ সাফল্য” হিচাপে আদৰণি জনাইছে। মেলোনিয়ে টুইটাৰত এটা পোষ্টত কয়, “মাফিয়া অপৰাধৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু যুঁজ… এই চৰকাৰৰ এক সম্পূৰ্ণ অগ্ৰাধিকাৰ হৈ থাকিব।‘’

লগতে পঢ়ক:প্ৰাক্তন আফগান মহিলা সাংসদক গুলীয়াই হত্যা; ৰহস্যজনক তথ্য প্ৰকাশ আৰক্ষীৰ

ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ইটালিয়ান ষ্টাডিজৰ অধ্যাপক আৰু মাফিয়া সংক্ৰান্তৰ বিশেষজ্ঞ জন ডিকিয়ে মেছিনা ডেনাৰোক গ্ৰেপ্তাৰ কৰাটোক “চিচিলিয়ান মাফিয়াৰ পতনৰ আন এক সংকেত” বুলি বৰ্ণনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm
টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd