• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অভিনৱ লুক! ৩০ কিলোগ্ৰাম ওজনৰ শাৰী, ৩ কোটি টকাৰ অলংকাৰ পিন্ধি ‘শকুন্তলা’ হ’ল সামান্থা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 4:59 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামান্থা ৰুথ প্ৰভু দক্ষিণৰ চলচ্চিত্ৰৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। তেওঁ অলপতে এটা বিৰল ৰোগত আক্ৰান্ত হৈছিল। তথাপি তেওঁ থমকি ৰ’বলৈ ইচ্ছুক নহয়। ‘শকুন্তলম’ ছবিৰ মুক্তিৰ উপৰিও আন কেইবাখনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ আছে দক্ষিণৰ মোহময়ী অভিনেত্ৰীগৰাকী।

‘শকুন্তলম’ৰ ট্ৰেইলাৰ জানুৱাৰীত মুক্তি দিয়া হৈছিল। বাতৰি অনুসৰি, দক্ষিণৰ তাৰকা পৰিচালক গুণশেখৰৰ এই ছবিখনত সামান্থাই ৩০ কিলোগ্ৰাম ওজনৰ শাৰী পিন্ধি দৃশ্যগ্ৰহণ কৰিছিল। সেই দৃশ্যৰ দৃশ্যগ্ৰহণ এদিন বা দুদিনৰ বাবে নহয়, এসপ্তাহ ধৰি চলিছিল।

Apply Now

‘শকুন্তলম’ ছবিখন কবি কালিদাসৰ নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ ওপৰত আধাৰিত। সামান্থাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আনহাতে দক্ষিণৰ অভিনেতা দেৱ মোহনে মহাৰাজা দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছে।

কবীৰ বেদী, প্ৰকাশ ৰাজ, অদিতি বালান, গৌতমী আৰু অন্যান্যসকল গুৰুত্বপূৰ্ণ ভূমিকাত আছে। এই চলচ্চিত্ৰখনত দক্ষিণৰ তাৰকা আল্লু অৰ্জুনৰ ৯ বছৰীয়া কন্যা আল্লু আৰহাৰে চেলুলইডত ভূমুকি মাৰিছে। শিশু আৰহাক দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰৰ ভাৰতৰ চৰিত্ৰত দেখা যাব।

গুণশেখৰৰ দ্বাৰা পৰিচালিত এই ছবিখন তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী পাঁচটা ভাষাত মুক্তি দিয়া হ’ব। ছবিখনৰ এটা থ্ৰি ডি সংস্কৰণো থাকিব। ‘শকুন্তলম’ অহা ১৭ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব।

ইপিনে, সামান্থাই ইতিমধ্যে আন এটা কাম হাতত লৈছে। ‘দ্য ফেমিলি মেন’ খ্যাত অভিনেত্ৰীগৰাকীয়ে ‘চিটাডেল’ৰ ভাৰতীয় সংস্কৰণত বৰুণ ধাৱানৰ সৈতে অভিনয় কৰিছে। তাৰ কামো আৰম্ভ হৈছে।

এইবাৰ ‘চিটাডেল’ত সামান্থাৰ লুক প্ৰকাশ পাইছে। অভিনেত্ৰীগৰাকীয়ে ক’লা জেকেট, জিন্স আৰু চানগ্লাছ পিন্ধিছে। সামান্থাৰ এই নতুন অৱতাৰ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

প্ৰিয়ংকা চোপ্ৰাও সামান্থাৰ এই নতুন অৱতাৰত মুগ্ধ হৈছে। প্ৰিয়ংকাই সামাজিক মাধ্যমত সামান্থাৰ চেহেৰাৰ প্ৰশংসা কৰিছে। দেশী গাৰ্ল প্ৰিয়ংকাই ‘গেম অফ থ্ৰোনছ’ খ্যাত অভিনেতা ৰিচাৰ্ড মেডেনৰ সৈতে ৰুচো ব্ৰাদাৰ্ছৰ ‘চিটাডেল’ ছিৰিজত অভিনয় কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm
“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd