• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাতাল অৱস্থাত পত্নী, পুত্ৰক মাৰপিট; গ্ৰেপ্তাৰ হোৱাৰ পথত প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2023 12:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিতৰ্কত জড়িত হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি। শচীন তেণ্ডুলকাৰৰ শৈশৱৰ বন্ধু কাম্বলিৰ বিৰুদ্ধে এইবাৰ তেওঁৰ পত্নীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। তেওঁৰ পত্নীয়ে মাৰপিট, নিৰ্যাতন আৰু উৎপীড়নৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

কিছুদিন পূৰ্বে কাম্বই চাকৰি বিচাৰি চৰ্চালৈ আহিছিল। তেওঁ পুনৰ এইবাৰ শিৰোনামলৈ ঘূৰি আহিল। প্ৰাক্তন ক্ৰিকেটাৰজনৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ আছে। প্ৰাক্তন ক্ৰিকেটাৰজনৰ বিৰুদ্ধে মাতাল অৱস্থাত তেওঁৰ পত্নীক বাৰে বাৰে মাৰপিট, গালি-গালাজ আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

কাম্বলিৰ পত্নীয়ে তেওঁৰ বিৰুদ্ধে বান্দ্ৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩২৪ (স্বেচ্ছাই বিপদজনক অস্ত্ৰৰে আঘাত কৰা) আৰু ৫০৪ (অপমান কৰা)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

Apply Now

কাম্বলিৰ পত্নী এণ্ড্ৰিয়াই আৰক্ষীক কৈছে যে কাম্বলিয়ে মাতাল অৱস্থাত তেওঁৰ মূৰত ৰন্ধনৰ বাচনৰ হেণ্ডেলেৰে আঘাত কৰিছিল। ফলস্বৰূপে মূৰত তেওঁ গুৰুতৰ আঘাত পাইছে। এণ্ড্ৰিয়াই সমস্যাটোৰ সমাধান বিচাৰি আৰক্ষীৰ কাষ চাপিছে।

ঘটনাটো শনিবাৰে পুৱা ১ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত সংঘটিত হৈছিল। মাতাল অৱস্থাত নিশা ঘৰলৈ উভতি অহাৰ বিষয়ে কাম্বলিয়ে তেওঁৰ পত্নীৰ সৈতে তৰ্কত লিপ্ত হৈছিল। তাৰ পিছত তেওঁ তেওঁৰ পত্নীক প্ৰহাৰ তথা নিৰ্যাতন কৰিছিল।

তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ ঘটনাটোৰ একমাত্ৰ সাক্ষী। পুত্ৰই কাম্বলিক শান্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনো লাভ হোৱা নাছিল। কাম্বলিয়ে পাকঘৰলৈ গৈ এটা ফ্ৰাইং পেন আনি পত্নীৰ মূৰলৈ মাৰি পঠিয়াইছিল।

কাম্বলিৰ পত্নীয়ে আৰক্ষীক জনাইছে, “মই আৰু মোৰ পুত্ৰই তেওঁক শান্ত কৰিবলৈ চেষ্টা কৰাৰ পিছতো সফল হোৱা নাছিলো। কোনো কাৰণ নোহোৱাকৈ আমাক দুয়োজনকে অকথ্য গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। তেওঁক আমাক মাৰিবলৈ আৰম্ভ কৰে। তেওঁ পাকঘৰৰ পৰা এটা ফ্ৰাইং পেন লৈ মোৰ ফালে দলিয়াই দিয়ে। তাৰপিছতো বন্ধ হোৱা নাছিল। তেওঁক আমাক ক্ৰিকেট বেটেৰেও প্ৰহাৰ কৰে। কোনোমতে তেওঁক বাধা দি পুত্ৰৰ সৈতে ঘৰৰ পৰা ওলাই আহিছো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd