• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ আকাশত উৰিল ৰুছ ক্ষেপনাস্ত্ৰ; সংকটৰ মাজতে পতন ১৮ মহীয়া মলদোভা চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2023 10:19 am
মলদোভাৰ পদত্যাগী প্ৰধানমন্ত্ৰী নাটালিয়া গাব্ৰিলিতা।

মলদোভাৰ পদত্যাগী প্ৰধানমন্ত্ৰী নাটালিয়া গাব্ৰিলিতা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মলদোভাৰ প্ৰধানমন্ত্ৰী নাটালিয়া গাব্ৰিলিতাই ইউক্ৰেইন বনাম ৰাছিয়ান যুদ্ধৰ আৰম্ভণিৰ পৰাই ভলোডিমিৰ জেলেনস্কিৰ দেশৰ কাষত থিয় দিছিল। তেওঁ ইউৰোপীয় ইউনিয়নৰ বন্ধু হিচাপে পৰিচিত হৈ উঠিছিল। কিন্তু শুকুৰবাৰে দেশখনৰ আকাশৰ ওপৰেৰে কেইবাটাও ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ উৰি যোৱা দেখি তেওঁ খৰখেদাকৈ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।

নাটালিয়াই পদত্যাগ কৰাৰ পিছত সংবাদ মাধ্যমক কয় যে মূল্যবৃদ্ধিকে ধৰি কেইবাটাও সংকটৰ সৈতে যুঁজি থকা দেশখনৰ দায়িত্ব তেওঁ আৰু চম্ভালিব নোৱাৰে। ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ আৰু অৰ্থনৈতিক অস্থিৰতাৰ মাজত ১৮ মাহৰ ক্ষমতাৰ অৰিয়াঅৰিৰ পিছত মলদোভাৰ পশ্চিমপন্থী চৰকাৰে পদত্যাগ কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতিৰক্ষা উপদেষ্টা আৰু প্ৰাক্তন অভ্যন্তৰীণ মন্ত্ৰী ডৰিন ৰেচান ডৰিনক দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে প্ৰস্তাৱ দিছে।

Apply Now

অহা সপ্তাহত সংসদৰ অধিৱেশন আহ্বান কৰি ৰেচানক আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে বাছনি কৰা হ’ব। তেওঁ অতি সোনকালেই সংসদৰ অনুমোদন লাভ কৰিব বুলি আশা কৰা হৈছে।

মলদোভাক ইউৰোপৰ আটাইতকৈ দৰিদ্ৰ দেশ বুলি জনা যায়। নাটালিয়া গাব্ৰিলিতাই ২০২১ চনৰ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁ এজন কট্টৰ ৰাছিয়ান বিৰোধী বুলি জনা যায়। ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা মলদোভা চৰকাৰ গভীৰ সমস্যাত পৰিছে।

ঘোষিত শত্ৰু ইউৰোপীয় ইউনিয়নৰ সৈতে সংগতি ৰাখি মস্কোৱে মলদোভালৈ গেছৰ যোগান সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। দেশখনে শক্তি সংকটৰ সন্মুখীন হোৱাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য আকাশচুম্বী হৈ পৰিছিল। ফলস্বৰূপে, সাধাৰণ লোকসকলৰ মাজত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd