• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰেংকিঙত ভুলৰ বাবে ক্ষমা বিচাৰিলে আইচিচিয়ে; ভাৰতৰ টেষ্ট ৰেংকিং কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2023 6:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুলটো আইচিচিৰ। তেওঁলোকৰ ভুলৰ বাবে বাতৰিটো বিয়পি পৰিছিল। বুধবাৰে প্ৰকাশিত আইচিচি ৰেংকিঙত প্ৰথমবাৰৰ বাবে খবৰ পোৱা গৈছিল যে ভাৰত টেষ্ট ৰেংকিঙত এক নম্বৰ স্থানলৈ উন্নীত হৈছে। ইয়াৰ আগতে বগা বলৰ দুটা সংস্কৰণত ভাৰত এক নম্বৰ দল আছিল। অৰ্থাৎ, ভাৰত একে সময়তে তিনিটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত উপনীত হোৱা দ্বিতীয়টো দল হিচাপে পৰিগণিত হয়।

ভাৰতীয় ক্ৰিকেট অনুৰাগীসকল সামাজিক মাধ্যমত বাতৰিটোক লৈ উৎসাহিত হৈ পৰিছিল। কিন্তু ভাৰতক টেষ্ট ৰেংকিঙৰ এক নম্বৰ দল হিচাপে দেখুওৱাৰ কেইঘণ্টামান পিছত আইচিচিয়ে সংশোধনী কৰে। আইচিচিয়ে এনে ভুলৰ বাবে ক্ষমা বিচাৰিছে।

আইচিচিয়ে এক বিবৃতিত কয়, “২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত এক চমু কাৰিকৰী বিজুতিৰ বাবে ভাৰতক আইচিচি ৱেবছাইটত এক নম্বৰ দল হিচাপে দেখুওৱা হৈছে। এনে ত্ৰুটিৰ বাবে মই ক্ষমা বিচাৰিছো।”

Apply Now

সংশোধিত ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়া এতিয়াও টেষ্ট ৰেংকিঙৰ শীৰ্ষত আছে। ২৯ খন খেলত তেওঁলোকৰ ৰেটিং পইণ্ট হৈছে ১২৬। শৃংখলাটোৰ প্ৰথমখন টেষ্টত তেওঁলোকক ইনিংছত পৰাজিত কৰা ভাৰত দ্বিতীয় স্থানত আছে। তেওঁলোকৰ ৰেটিং পইণ্ট হৈছে ১১৫। ইয়াৰ আগেয়ে দিনটোৰ প্ৰথম ৰেংকিঙত ভাৰতৰ ৰেটিং  ১১৫-ই আছিল যদিও অষ্ট্ৰেলিয়াৰ ১১১ বুলি দেখুওৱা হৈছিল।

মুঠতে ১ পইণ্টত আগবাঢ়ি থাকি অষ্ট্ৰেলিয়া বৰ্তমান সুৰক্ষিত স্থানতে আছে। অৱশ্যে, আইচিচি ৰেংকিং প্ৰিডিক্টৰৰ মতে ভাৰতে চাৰিখন খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত দুখন মেচৰ ব্যৱধানত জিকিলেহে অষ্ট্ৰেলিয়াক অতিক্ৰমি শীৰ্ষস্থানলৈ উঠিব। সেয়েহে, বৰ্তমানলৈ দক্ষিণ আফ্ৰিকাৰ অনন্য সাফল্য অটুট আছে। তিনিটা সংস্কৰণৰ ৰেংকিঙৰ শীৰ্ষত থকা একমাত্ৰ দল হিচাপে অভিলেখ তেওঁলোকৰেই হাততে আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd