• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

তুৰস্কৰ ভূমিকম্পই আনিলে আন এক দুখৰ বাৰ্তা: ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ফুটবলাৰ আটছুৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 5:00 pm
Christian Atsu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবল ভূমিকম্পই বিধ্বস্ত কৰি যোৱা তুৰস্কত এতিয়া কেৱল মৃত্যুৰ কিৰিলি। ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত নিহতৰ সংখ্যাই ইতিমধ্যে ৪৫ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। ধ্বংসস্তূপত পৰিণত হোৱা দেশখনৰ প্ৰকাশিত ছবিসমূহে শোকবিহ্বল কৰি তুলিছে সমগ্ৰ বিশ্বক।

এনে নিদাৰুণ পৰিস্থিতিৰ মাজতে তুৰস্কৰ এই সংহাৰী ভূমিকম্পই ক্ৰীড়া জগতলৈ আনিছে এক দু-খবৰ। ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে এগৰাকী তাৰকা ফুটবলাৰৰ মৃতদেহ। প্ৰিমিয়াৰ লীগৰ আগশাৰীৰ দল চেলছীৰ লগতে নিউকেষ্টলকো এসময়ত প্ৰতিনিধিত্ব কৰা ফুটবলাৰ খ্ৰীষ্টিয়ান আটছুৰ মৃতদেহ উদ্ধাৰ হৈছে ধ্বংসস্তূপৰ মাজত।

Apply Now

বৰ্তমান তুৰস্কৰ ক্লাৱ হাটাইস্পৰৰ খেলুৱৈ আটছু হাটাই চহৰৰ এটা এপাৰ্টমেণ্টত বাস কৰিছিল। ভূমিকম্পৰ সময়ত খহি পৰিছিল আটছু বাস কৰা অট্টালিকাটো। ইয়াৰ পিছত যোৱা ১২ দিন ধৰি সন্ধানহীন হৈ আছিল ফুটবলাৰগৰাকী। দীৰ্ঘদিনীয়া অনুসন্ধানৰ অন্তত ঘানাৰ ফুটবলাৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি তেওঁৰ এজেণ্টে নিশ্চিত কৰিছে।

আজি পুৱা এক বিবৃতিত আটছুৰ এজেণ্টে এক বিবৃতি যোগে আটছুৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি নিশ্চিত কৰে। বিবৃতিটোত তেওঁ কয়, “আটছুৰ নিৰ্জীৱ মৃতদেহ ধ্বংসাৱশেষৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছে। বৰ্তমানলৈকে তেওঁৰ আন কিছুমান সামগ্ৰীও ধ্বংসস্তূপৰ তলৰ পৰা উলিয়াই অনা হৈছে। তেওঁৰ ফোনটোও উদ্ধাৰ হৈছে।’

উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত খ্ৰীষ্টিয়ান আটছুৱে তুৰস্কৰ হাটাইস্থিত তুৰ্কীৰ ছুপাৰ লীগ ক্লাব হাটাইস্প’ৰত যোগদান কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি, ভূমিকম্পৰ কেইঘণ্টামান পূৰ্বে আটছুৱে পৰিয়ালক লগ কৰাৰ উদ্দেশ্যে বিমান যোগে দক্ষিণ তুৰস্ক এৰাৰ কথা আছিল।

কিন্তু ৫ ফেব্ৰুৱাৰীৰ ছুপাৰ লীগৰ এখন মেচত দলৰ হৈ বিজয়ী গল স্ক’ৰ পাছত ক্লাবৰ সৈতে সময় কটোৱাৰ ইচ্ছাৰে ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰিছিল আটছুৱে। এতিয়া ফুটবলাৰগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ফুটবল জগতত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

মূৰত নাই হিজাব! মুকলিমূৰীয়া পোছাকত গান গোৱাৰ অপৰাধত ইৰাণৰ গায়িকাক ৭৪টা চাবুকৰ কোবৰ শাস্তি

June 20, 2026 5:13 pm
বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিনা টিকটে ৰেল ভ্ৰমণ কৰিলে ভৰিব লাগিব দুগুণ জৰিমনা, ৰেল বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

June 20, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

বিতৰ্কৰ পাছত সময় ৰাইনাৰ বৃহৎ প্ৰত্যাৱৰ্তন! নেটফ্লিক্স আৰু ইউটিউবত একেলগে আহি আছে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ ছিজন ২

June 20, 2026 6:34 pm
লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

লেইলন ভাইফেই হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তাল ইম্ফল! ছাছপেনচন অৱ অপাৰেচন চুক্তি বাতিলৰ দাবী

June 20, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd