• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাতিগত বৈষম্য! এছ আই টিক তদন্তৰ দায়িত্ব আইআইটি, বোম্বেৰ ছাত্ৰৰ আত্মহত্যা কাণ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2023 9:15 am
116
VIEWS
Share on FacebookShare on Twitter

যোৱা ১২ ফেব্ৰুৱাৰীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, চমুকৈ আইআইটি, বোম্বেত সংঘটিত হোৱা এগৰাকী ১৮ বছৰীয়া ছাত্ৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত চলাবলৈ মহাৰাষ্ট্ৰ চৰকাৰে গঠন কৰিছে বিশেষ তদন্তকাৰী দল (এছ আই টি)।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত গঠিত এই এছ আই টি- এ গোচৰটোৰ তদন্ত কৰিব বুলি এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে। ২৪ ফেব্ৰুৱাৰীত চৰকাৰে ছোলাংকিৰ মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

যুটীয়া আৰক্ষী আয়ুক্ত লক্ষ্মী গৌতমৰ নেতৃত্বত গঠিত এছ আই টিয়ে গোচৰটো পুনৰ পৰ্যবেক্ষণ কৰি ছোলাংকীৰ পিতৃ-মাতৃ, প্ৰতিষ্ঠানটোৰ বিষয়া আৰু ঘটনাৰ সাক্ষী হোৱা ছাত্ৰ-ছাত্ৰীৰ বক্তব্য লিপিবদ্ধ কৰিব বুলিও তেওঁ কয়।

উল্লেখ্য যে, গুজৰাটৰ আহমেদাবাদৰ দৰ্শন ছোলাংকি নামৰ ছাত্ৰগৰাকীয়ে এইবাৰ বি টেক (কেমিকেল) পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ছাত্ৰগৰাকীয়ে যোৱা ১২ ফেব্ৰুৱাৰীত কেম্পাছত অৱস্থিত হোষ্টেল বিল্ডিঙৰ সপ্তম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছিল।

এই ঘটনাৰ পাছতে ছাত্ৰগৰাকীৰ পৰিয়ালে ছোলাংকি অনুসূচিত জাতি সম্প্ৰদায়ৰ হোৱাৰ বাবে আই আই টি বিত জাতিগত বৈষম্যৰ সন্মুখীন হৈছিল আৰু সেইবাবেই আত্মহত্যা কৰা বুলি অভিযোগ কৰিছিল।

এক দলিত ছাত্ৰ সংগঠনেও অনুৰূপ অভিযোগ তুলি শিক্ষা প্ৰতিষ্ঠানটোত অনুসূচিত জাতিৰ ছাত্ৰসকল উচ্চ জাতিৰ শিক্ষাৰ্থীৰ পৰা আতিশয্যৰ সন্মুখীন হোৱা বুলি দাবী কৰিছিল।

ইফালে গুজৰাটৰ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীয়ে ছোলাংকিৰ আত্মহত্যাক সন্দেহজনক বুলি অভিহিত কৰি তদন্তৰ দাবী জনাইছিল।

Recent News

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd