• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাতাল অৱস্থাত সদায় চলাইছিল নিৰ্যাতন! খঙতে কুঠাৰেৰে স্বামীৰ যৌনাংগ কাটি হত্যা পত্নীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 4, 2023 11:55 am
মাতাল অৱস্থাত সদায় চলাইছিল নিৰ্যাতন! খঙতে কুঠাৰেৰে স্বামীৰ যৌনাংগ কাটি হত্যা পত্নীৰ

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিনে দিনে স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত পত্নীয়ে স্বামীৰ যৌনাংগ কাটি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মধ্য প্ৰদেশৰ চিংৰাউলিত ঘটিছে এই ঘটনা। মৃত ব্যক্তিজনক বীৰেন্দ্ৰ গুৰ্জৰ বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত পত্নীৰ নাম কাঞ্চন গুৰ্জৰ। বাতৰি অনুসৰি, কাঞ্চন বীৰেন্দ্ৰৰ পঞ্চম পত্নী আছিল। ইয়াৰ পূৰ্বে বীৰেন্দ্ৰৰ নিৰ্যাতনত অতিষ্ঠ চাৰিগৰাকী পত্নীয়ে তেওঁক এৰি গৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ২২ ফেব্ৰুৱাৰীত বীৰেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে তেওঁৰ ডিঙি আৰু যৌনাংগত আঘাতৰ ফলত মৃত্যু হৈছিল।

লগতে পঢ়ক: ডবল মাৰ্ডাৰ! আমৰিকা কঁপাই যোৱা পত্নী-পুত্ৰৰ হত্যাকাৰী অধিবক্তা এলেক্স মুৰ্ডাউগক যাৱজ্জীৱন কাৰাদণ্ড

কোতৱালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ পাণ্ডেই কৈছিল যে বীৰেন্দ্ৰৰ পত্নীয়ে আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে মৃতকৰ কেইবাজনো আত্মীয়ক জেৰা কৰিছিল। ইয়াৰ পিছত আৰক্ষীয়ে তেওঁৰ পত্নী কাঞ্চনৰ ওপৰতো সন্দেহ কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰাৰ পিছতেই গোটেই ঘটনাটো পোহৰলৈ আহে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জেৰাৰ সময়ত কাঞ্চনে আৰক্ষীক কৈছিল যে তেওঁৰ স্বামী বীৰেন্দ্ৰই সুৰাপান কৰিছিল আৰু নিচাগ্ৰস্ত অৱস্থাত তেওঁক নিৰন্তৰ প্ৰহাৰ কৰিছিল। আৰু সেয়েহে, ২১ ফেব্ৰুৱাৰীৰ নিশা তেওঁ স্বামীৰ খাদ্যত ২০ টা টোপনিৰ বড়ি মিহলি কৰিছিল। পিছত শুই থাকোঁতে তেওঁ স্বামীক তেওঁৰ যৌনাঙ্গ আৰু ডিঙিত কুঠাৰে ঘপিয়াই হত্যা কৰিছিল।

লগতে পঢ়ক: জ্বলা জুইত ঘিউ ঢালিছে বিডেনে! ইউক্ৰেইনক পুনৰ ৪০ কোটি ডলাৰৰ অস্ত্ৰ দিব আমেৰিকাই

ইপিনে, হত্যাৰ পিছত কাঞ্চনে তেওঁৰ স্বামীৰ মৃতদেহটো কাপোৰত মেৰিয়াই ৰাস্তাৰ কাষত পেলাই দিছিল। প্ৰমাণ ধ্বংস কৰিবলৈ মৃতকৰ কাপোৰ কানি আৰু চেণ্ডেল জ্বলাই দিয়া হৈছিল।

কাঞ্চনৰ স্বীকাৰোক্তিৰ পিছত,আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁ বৰ্তমান ন্যায়িক জিম্মাত আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd