• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি সাংসদ কিৰন খেৰৰ মন্তব্য-“যিসকলে মোক ভোট নিদিলে তেওঁলোকক জোতা মাৰিব লাগে”

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 17, 2023 8:20 am
বিজেপি সাংসদ কিৰন খেৰ।

বিজেপি সাংসদ কিৰন খেৰ।

217
VIEWS
Share on FacebookShare on Twitter

এইবাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে বিজেপি সাংসদ কিৰন খেৰে। বিজেপি সাংসদগৰাকীৰ শেহতীয়া মন্তব্যত অভৱ্য শব্দ ব্যৱহাৰ কৰা দেখা গৈছে। তেওঁ কৈছে যে যিসকলে তেওঁক ভোট দিয়া নাছিল তেওঁলোকক লথিয়াই ‘বাহিৰ কৰি দিয়া’ উচিত।

শেহতীয়াকৈ, কিৰন খেৰে চণ্ডিগড়ৰ কিষাণগড়ত এখন সভাত বক্তৱ্য ৰাখিছিল। তেওঁ কৈছিল যে যিসকল ভোটাৰে তেওঁক ভোট নিদিলে তেওঁলোকক যাতে জোতাৰে কোবোৱা হয়। যিসকলে কিৰন খেৰক ভোট দিয়া নাছিল তেওঁলোকে লজ্জিত হোৱা উচিত বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।

অনুষ্ঠানটোত উপস্থিত থকাৰ সময়ত কিৰন খেৰে এই বিতৰ্কিত মন্তব্য কৰিছিল। খেৰে চণ্ডিগড়ৰ মেয়ৰ অনুপ গুপ্তাৰ সৈতে সভাত অংশ লৈছিল। তেওঁৰ লগত পৌৰ আয়ুক্ত অনিন্দিতা মিত্ৰও আছিল।

লগতে পঢ়ক: পুটিনৰ বাৰ্তা! ‘যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব’

উল্লেখ্য যে কিৰণে অঞ্চলটোৰ দীপ কমপ্লেক্সত ভাষণ দিছিল। তেওঁ কয়, “দীপ কমপ্লেক্সত যদি এজন ব্যক্তিয়েও মোক ভোট নিদিলে মই লজ্জিত। এই লোকসকলক লথিয়াব লাগে।‘’

কিৰন খেৰৰ মন্তব্যৰ এই ভিডিঅ’টো শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। এইটো ভাইৰেল হোৱাৰ লগে লগে, কংগ্ৰেছে এই বিষয়ে মাত মাতিছে।

কংগ্ৰেছে কৈছে, “ন বছৰৰ ভিতৰত প্ৰথম বাৰৰ বাবে কিৰণ খেৰ কিষাণগড়লৈ আহিছে। এই ৯বছৰত কোনো উন্নয়ন হোৱা নাই। এতিয়া তেওঁলোকে যিকোনো প্ৰকাৰে ভোট বিচাৰে। তেওঁলোকৰ সুৰটো চাওক, তেওঁলোকৰ অত্যাচাৰ চাওক।‘’

Shocking what chandigarh MP kirron kher has to say for our voters.
Not expected from an elected representative like her pic.twitter.com/PuRFM6YKGL

— Harmohinder Singh Lucky (@LUCKYHSINC) March 15, 2023

লক্ষণীয় যে কংগ্ৰেছ আৰু বিজেপিয়ে শেহতীয়াকৈ ইটোৱে সিটোৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্যই পৰিস্থিতি উত্তাল কৰি ৰাখিছে। শেহতীয়াকৈ কেমব্ৰিজত ৰাহুল গান্ধীৰ মন্তব্যকলৈ দ্বাৰা হুলস্থুল আৰম্ভ হৈছে। সংসদো এই বিষয়টোত উত্তপ্ত। তাৰমাজতে, কিৰন খেৰৰ মন্তব্যই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd