• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2023 1:21 pm
Rahul Gandhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ দেশজোৰা ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে কৰা এক মন্তব্যক কেন্দ্ৰ কৰি আজি তেওঁৰ বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষী। যাত্ৰাৰ সময়ত শ্ৰীনগৰত ৰাহুল গান্ধীয়ে ‘মহিলাক এতিয়াও যৌন নিৰ্যাতন চলোৱা হৈছে’ বুলি কৰা মন্তব্যৰ ক্ষেত্ৰত এই সম্পৰ্কীয় তথ্য বিচাৰি দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আজি কংগ্ৰেছ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হয়।

যোৱা ১৬ মাৰ্চত দিল্লী আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীক জাননী জাৰি কৰি যৌন নিৰ্যাতন সন্দৰ্ভত তেওঁক অৱগত কৰা মহিলাসকলৰ সবিশেষ তথ্য বিচাৰিছিল।ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ প্ৰতি সঁহাৰি জনাই আৰক্ষীয়ে ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিছিল প্ৰশ্নাৱলী। অৱশ্যে এইপৰ্যন্ত ইয়াৰ কোনো সঁহাৰি দিয়া নাই ৰাহুল গান্ধীয়ে।

Apply Now

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সুবিধাৰ্থে আৰক্ষীয়ে ৰাহুল গান্ধীক নিৰ্যাতনৰ বিষয়ে অৱগত কৰা মহিলাসকলৰ সবিশেষ জানিব বিচাৰিছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে আৰক্ষীৰ বিশেষ আয়ুক্ত পৰ্যায়ৰ বিষয়াৰ সৈতে মহিলাসকলৰ বিষয়ে তথ্য আহৰণৰ বাবে গান্ধীৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিছে।

আজি আৰক্ষীৰ দলটো ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হোৱাৰ সমসাময়িকভাৱে কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যসভাৰ সাংসদ অভিষেক মনু সিংভি আৰু জয়ৰাম ৰমেশকে ধৰি শীৰ্ষ কংগ্ৰেছ নেতাসকলেও গান্ধীৰ বাসগৃহত উপস্থিত হৈছে।

কংগ্ৰেছৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত জাননী জাৰি কৰাৰ কোনো আইনী নজিৰ নাই। ইয়াৰ বিপৰীতে এয়া দিল্লী আৰক্ষীয়ে চলোৱা হাৰাশাস্তিৰ আন এক উদাহৰণ বুলিহে অভিহিত কৰিছে দলটোৱে। দলৰ নেতা পৱন খেৰাই যাত্ৰা সমাপ্ত হোৱাৰ ৪৫ দিনৰ পাছত আৰক্ষীয়ে এতিয়া কিয় এই প্ৰশ্ন কৰিছে বুলি দিল্লী আৰক্ষীক প্ৰশ্ন কৰে।

ইফালে দিল্লী আৰক্ষীৰ সূত্ৰই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে, ৰাহুল গান্ধীয়ে যদি তেওঁ কৰা মন্তব্যত উল্লেখ কৰা মহিলাসকলৰ বিষয়ে সবিশেষ তথ্য নিদিয়ে, তেতিয়া তেওঁক আন এখন জাননী প্ৰেৰণ কৰা হ’ব। এয়া ব্যক্তিৰ জীৱন আৰু নিৰাপত্তাৰ সৈতে জড়িত এটা স্পৰ্শকাতৰ গোচৰ বাবে সাক্ষী আৰু প্ৰমাণ নিশ্চিত কৰিবলৈ প্ৰাসংগিক তথ্য সংগ্ৰহৰ কাম কৰি আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd