• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2023 10:51 pm
Kejriwal
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চমু চাপিছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ লক্ষ্যৰে শাসকীয় বিজপিৰ জোৰদাৰ ৰণনীতিৰ পৰিৱৰ্তে তৃতীয় মৰ্চা গঠনৰ কুচকাৱাজ অব্যাহত আছে বিৰোধীৰ মাজত। এইবাৰ তৃতীয় মৰ্চা গঠনৰ সূত্ৰধাৰৰ ৰূপত অৱতীৰ্ণ হৈছে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

সূত্ৰ অনুসৰি, অৰবিন্দ কেজৰিৱালে সাতখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ১৮ মাৰ্চত দিল্লীলৈ নিমন্ত্ৰণ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। সূত্ৰ অনুসৰি, কেজৰিৱালে আমন্ত্ৰণ জনোৱা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছে বংগৰ মমতা বেনাৰ্জী, কেৰালাৰ পিনাৰায় বিজয়ন, তামিলনাডুৰ এম কে ষ্টালিন, ঝাৰখণ্ডৰ হেমন্ত ছ’ৰেন, তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও, বিহাৰৰ নীতিশ কুমাৰ।

Apply Now

অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে কেজৰিৱালৰ এই নিমন্ত্ৰণ নাকচ কৰিছে বুলিও সূত্ৰত প্ৰকাশ। মূলত: কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে যুঁজি থকা মুখ্যমন্ত্ৰীসকলৰ এক প্ৰগতিশীল গোট গঠন কৰাৰ উদ্দেশ্যেই কেজৰিৱালে এই প্ৰচেষ্টা গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে।

উল্লেখ্য যে, বিগত সময়চোৱাত বিৰোধীৰ মাজত তৃতীয় মৰ্চা গঠনৰ বাবে ব্যাপক প্ৰচেষ্টা গা কৰি উঠা দেখিবলৈ পোৱা গৈছে। কে চন্দ্ৰশেখৰ ৰাওৱে প্ৰথমে বিজেপি আৰু কংগ্ৰেছ বিহীন বিৰোধী মিত্ৰজোঁটৰ বাবে আগভাগ লৈছিল যদিও আনসমূহ দলৰ পৰা প্ৰত্যাশিত সঁহাৰি লাভ নকৰাত এই চেষ্টা ত্যাগ কৰে।

ইয়াৰ পিছতে তেওঁ নিজ দল তেলেংগানা ৰাষ্ট্ৰ সমিতিক ৰাষ্ট্ৰীয় দল হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰত ৰাষ্ট্ৰ সমিতি নামেৰে নামাকৰণ কৰে আৰু দেশৰ আন ৰাজ্যৰ ৰাজনীতিতো ব্যপ্ত হোৱাৰ প্ৰচেষ্টা চলায়। চন্দ্ৰশেখৰ ৰাৱে নিজ দলক আঞ্চলিক দলৰ পৰা ৰাষ্ট্ৰীয় দললৈ ৰূপান্তৰিত কৰা অনুষ্ঠানত উপস্থিত থকা নেতাসকলৰ ভিতৰত কেজৰিৱাল আছিল অন্যতম।

সেইদৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও তৃতীয় মৰ্চা গঠনৰ উদ্দেশ্যে কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছিল। আনহাতে বিজেপিৰ সংগ ত্যাগ কৰি আৰ জে ডিৰ সহযোগত চৰকাৰ গঠন কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও ঐক্যবদ্ধ বিৰোধীৰ এক উমৈহতীয়া মঞ্চ গঠনৰ ক্ষেত্ৰত সক্ৰিয় ৰূপত অৱতীৰ্ণ হৈছিল।

অৱশ্যে তৃতীয় মৰ্চা গঠনৰ এই কুচকাৱাজত নীতিশ কুমাৰৰ বাদে আনকেইগৰাকী বিৰোধী নেতাই কংগ্ৰেছৰ প্ৰতি তেনে কোনো সঁহাৰি আগবঢ়োৱা নাছিল। এতিয়া আপ মুৰব্বী কেজৰিৱালৰ ৰণনীতিৰ পৰাও বাদ পৰিছে কংগ্ৰেছ দল। এনে পৰিস্থিতিত ২৪ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী দলসমূহৰ ৰাজনৈতিক ৰণনীতি লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd