• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰৰ বিধায়কৰ আপত্তিজনক মন্তব্য: একনাথ সিন্দেলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2023 7:08 am
Assam CM writes to Maharashtra CM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ অসম সম্পৰ্কীয় এক বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া তথা বিৰোধীৰ প্ৰশ্নবাণৰ পিছত অৱশেষত এই বিষয়ত মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ মানুহে কুকুৰ খায় আৰু মহাৰাষ্ট্ৰৰ পথৰ গৰাকীবিহীন কুকুৰসমূহ সেয়ে অসমলৈ পঠাই দিব লাগে বুলি কাডুৱে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ এক পত্ৰ লিখিছে মুখ্যমন্ত্ৰী শৰ্মাই।

Apply Now

হিমন্ত বিশ্ব শৰ্মাই সিন্দেলৈ লিখা এই পত্ৰখনত বাচ্চু কাডুৰ বিবৃতি প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ দিবলৈ আহ্বান জনায়। এক টুইট যোগে প্ৰকাশ কৰা পত্ৰখনত শৰ্মাই কয় যে মহাৰাষ্ট্ৰৰ বিধায়কগৰাকীৰ মন্তব্যত তেওঁৰ লগতে অসমৰ জনসাধাৰণ হতাশ হৈ পৰিছে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগতে কাডুৰ এই মন্তব্যই অসমৰ সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ অজ্ঞানতা উদঙাই দিছে বুলিও উল্লেখ কৰে আৰু এই বিষয়ত অসমৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ প্ৰতি একনাথ সিন্দে সহানুভূতিশীল হ’ব বুলি আশা প্ৰকাশ কৰে।

পত্ৰখনত তেওঁ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক বিধায়ক বাচ্চু কাডুক নিজৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ আৰু এক বিজ্ঞপ্তি যোগে মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰিবলৈ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।

উল্লেখ্য যে, আচলপুৰৰ বিধায়ক তথা মহাৰাষ্ট্ৰৰ প্ৰহৰ জনশক্তি পাৰ্টিৰ নেতা বাচ্চু কাডুৱে মহাৰাষ্ট্ৰ বিধানসভাত এক আলোচনাৰ সময়ত ৰাজ্যখনৰ পৰা সকলো অঘৰী কুকুৰক অসমলৈ প্ৰেৰণ কৰিব লাগে বুলি উদ্ভট মন্তব্য কৰিছিল।

ৰাজ্যখনৰ ৰাজপথত গৰাকীবিহীন অঘৰী কুকুৰে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিধানসভাত চলি থকা বিতৰ্কৰ প্ৰতিক্ৰিয়া স্বৰূপে কাডুৱে এই মন্তব্য আগবঢ়াইছিল।

তেওঁ আলোচনাৰ মাজতে অসমৰ মানুহে কুকুৰৰ মাংস বহুত খায়, আৰু সেয়ে অসমলৈ এই কুকুৰবোৰৰ প্ৰেৰণ কৰিলে মহাৰাষ্ট্ৰৰ এই সমস্যাৰ ব্যৱহাৰিক সমাধান হ’ব বুলি উল্লেখ কৰিছিল।

তেওঁৰ এই মন্তব্যৰ পাছতে অসমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সাধাৰণ জনতাৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহে জবাবদিহি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু এই মন্তব্যৰ বাবে বাচ্চু কাডুক কেতিয়া গ্ৰেপ্তাৰ কৰা হ’ব বুলিও প্ৰশ্ন কৰিছিল।

আনহাতে বিৰোধীৰ সমালোচনাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাচ্চুৱে বিধানসভাৰ বাহিৰত এই বিবৃতি দিয়া হ’লে অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd