• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

নিবনুৱাই লাভ কৰিব ১ লাখ চাকৰি : টাটা আৰু আম্বানীয়ে আনিব বৃহৎ প্ৰকল্প

মুঠ ১ লাখ চাকৰিৰ ভিতৰত ৩৫,০১০টা প্ৰত্যক্ষ আৰু ৬৫,০০০ৰো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব। তদুপৰি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ ফলত দেশৰ সৌৰশক্তি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশতে সস্তীয়া বিদ্যুতৰ সপোন পূৰণ কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2023 4:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান চৰকাৰে অহৰহ দেশৰ সৌৰ খণ্ডৰ ওপৰত চকু ৰাখিছে। সুলভ মূল্যত যাতে ঘৰে ঘৰে বিদ্যুৎ যোগান ধৰিব পৰা যায় তাৰ বাবেই এতিয়া সৌৰশক্তিৰ আন্তঃগাঁথনি উন্নত কৰাত মনোযোগ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰী তথ্য মতে চৰকাৰে ইতিমধ্যে দেশত ৩৯,৬০০ মেগাৱাটৰ ঘৰুৱা সৌৰ ইউনিট স্থাপনৰ কথা ঘোষণা কৰিছে।

কেৱল এয়াই নহয়, ইয়াৰ বাবে চৰকাৰে পিএলআই আঁচনিৰ অধীনত কোম্পানীসমূহক ১৪,০০৭ কোটি টকা দিয়াৰ যোজা কৰিছে। এই কামৰ বাবে নিৰ্বাচিত হোৱা কোম্পানীসমূহৰ ভিতৰত বিশেষভাবে আছে মুকেশ আম্বানীৰ ৰিলায়েন্স, টাটা গ্ৰুপৰ টাটা পাৱাৰ আৰু জিন্দাল গ্ৰুপৰ জে এছ ডব্লিউ।

Apply Now

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি এই ৩৯,৬০০ মেগাৱাট আঁচনিত ৰিলায়েন্সে ৪৮০০ মেগাৱাট, টাটাই ৪০০০ মেগাৱাট আৰু জিন্দালৰ জে এছ ডব্লিউ–এ ১০০০ মেগাৱাট শক্তি উৎপাদন কৰিব।

অনুমান কৰা হৈছে যে ২০২৪ চনৰ অক্টোবৰৰ পৰা এই প্ৰকল্পৰ কাম আৰম্ভ হ’ব। প্ৰতিবেদন অনুসৰি চৰকাৰৰ এই প্ৰকল্পত থকা আনুষংগিক সংস্থাসমূহে সমগ্ৰ দেশতে এক লাখৰো অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। ইফালে মুঠ ১ লাখ চাকৰিৰ ভিতৰত ৩৫,০১০টা প্ৰত্যক্ষ আৰু ৬৫,০০০ৰো অধিক পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব। তদুপৰি এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ ফলত দেশৰ সৌৰশক্তি খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশতে সস্তীয়া বিদ্যুতৰ সপোন পূৰণ কৰিব বুলি আশা কৰা হৈছে।

সৌৰ খণ্ডই হওক বা উৎপাদন খণ্ডই হওক, মেক ইন ইণ্ডিয়াৰ অধীনত চৰকাৰে দেশত সামগ্ৰী নিৰ্মাণ কৰি থকা কোম্পানীসমূহক ৰাজসাহায্য প্ৰদান কৰি আছে। ইতিমধ্যে স্মাৰ্টফোন ছেগমেণ্টৰ কেইবাটাও কোম্পানী চৰকাৰৰ পিএলআই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও এপলৰ দৰে বিশাল কোম্পানীয়েও চীন এৰি ভাৰতত নিজৰ প্লাণ্ট স্থাপন কৰিছে। ইয়াৰ উপৰিও কেইবাটাও স্থানীয় কোম্পানীয়েও চৰকাৰৰ পিএলআই আঁচনিৰ সুবিধা লৈ মেক ইন ইণ্ডিয়াৰ প্ৰচাৰ চলাই থকা দেখা পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd