• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষাৰ্থীক ‘প্ৰেম-ৰোমাঞ্চ’ কৰাৰ বাবে এসপ্তাহৰ ছুটী চীনৰ কলেজৰ! হঠাৎ কিয় এই সিদ্ধান্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2023 1:40 pm
ফটো:  সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ কলেজসমূহে শিক্ষাৰ্থীসকলক ‘প্ৰেম আৰু ৰোমাঞ্চ’ৰ বাবে এসপ্তাহৰ ছুটী দিছে। কিন্তু কিয় হঠাতে এই সিদ্ধান্ত লোৱা হ’ল? কথাটো আজৱ যেন লাগিলেও তাৰ কেইবাটাও সংবাদ মাধ্যমে এই সিদ্ধান্ত পৰীক্ষামূলকভাৱে লোৱা বুলি দাবী কৰিছে।

বাতৰিসমূহৰ মতে, যোৱা ২১ মাৰ্চত প্ৰথমবাৰৰ বাবে এই সিদ্ধান্ত ঘোষণা কৰা হৈছিল। বৰ্তমান কলেজসমূহত ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিললৈ বন্ধ ঘোষণা কৰা হৈছে। যাক কলেজ কৰ্তৃপক্ষই ‘বসন্ত বিৰতি’ (Spring Break) বুলি কৈছে। এনে কলেজসমূহৰ ভিতৰত এখন হৈছে মিয়ায়াং ফ্লাইং ভ’কেশ্যনেল কলেজ।

লগতে পঢ়ক: ভাৰতত আমেৰিকাৰ গায়ক! পত্নীৰ পৰামৰ্শ মতে মুম্বাইৰ অনুষ্ঠানত সংগীত পৰিৱেশনত সন্মতি

Apply Now

এই বন্ধৰ সময়ছোৱাত কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক নিজৰ সংগীৰ সৈতে যিমান বিচাৰে সিমান প্ৰেম আৰু ৰোমাঞ্চ কৰিবলৈ কয়। প্ৰয়োজন হ’লে সংগী বিচাৰি এসপ্তাহ সময় কটাবলৈও পৰামৰ্শ দিয়া হৈছে।

কেৱল সংগীৰ সৈতেই প্ৰেম নহয়, প্ৰকৃতিৰ সৈতে প্ৰেম, জীৱনৰ সৈতে প্ৰেম কৰাৰো শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়া হৈছে। কলেজখনৰ ডেপুটি ডীনগৰাকীয়ে কয়, “আশাকৰোঁ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকৃতি আৰু বসন্তৰ বতৰ ভালদৰে উপভোগ কৰিব।”

তেওঁ দাবী কৰে যে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ চিন্তা-চৰ্চা বিকাশ হোৱাই নহয়, তেওঁলোকৰ শিক্ষণ ক্ষমতাও সমৃদ্ধ হ’ব। এই সময়ছোৱাত কোনো শিক্ষাৰ্থীয়ে ‘হোমৱৰ্ক’ কৰিব নালাগে। শিক্ষাৰ্থীসকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে কেৱল তেওঁলোকে যি দেখিলে, যি শিকিলে, যি অনুভৱ কৰিলে কেবল সেইখিনিহে ডায়েৰীত লিপিবদ্ধ কৰিব লাগে।

লগতে পঢ়ক: ধনীৰ চখ! মেটাৰ কাম এৰি মডেলিং মাৰ্ক জুকাৰবাৰ্গৰ? ভাইৰেল ছবি দেখি ৰ লাগিল নেটিজেন

কিন্তু প্ৰশ্ন হ’ল কিয় লোৱা হৈছে এনে সিদ্ধান্ত? স্থানীয় একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনৰ জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। সেই লৈ চিন্তিত হৈ পৰিছে চৰকাৰ। জন্মৰ হাৰ কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন পৰিকল্পনা কৰা হৈছে। কলেজসমূহেও সেই কামত চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

জেন জি অৱক্ষয়ৰ বহিৰ্প্ৰকাশঃ নীট প্ৰতিবাদ, গভীৰ আৰ্থ-সামাজিক অসন্তুষ্টি আৰু এটা ত্ৰুটিপূৰ্ণ নিয়োগ ব্যৱস্থাৰ প্ৰতিফলন

August 8, 2026 8:28 pm
মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd