• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘যিজনে প্ৰেমৰ অৰ্থই বুজি নাপায়’-প্ৰাক্তন স্বামীৰ নতুন সম্পৰ্কৰ বিষয়ে মুকলিকৈ ক’লে সামান্থাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2023 3:15 pm
সামান্থা ৰুথ প্ৰভু।

সামান্থা ৰুথ প্ৰভু।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণৰ মহাতাৰকা সামান্থা ৰুথ প্ৰভু আৰু নগা চৈতন্যৰ আছিল এক অভিন্ন প্ৰেমগাথা। এই তাৰকা দম্পতীয়ে প্ৰেমৰ পৰিণতিতে বিয়া হৈছিল। ২০১৭ চনত সম্পন্ন হৈছিল নগা চৈতন্য আৰু সামন্ত ৰুথ প্ৰভুৰ ৰাজকীয় বিবাহ। কিন্তু,  চাৰি বছৰৰ ভিতৰতে বৈবাহিক জীৱনৰ অন্ত পেলায় তাৰকা দম্পতীয়ে। তথাপি বাৰে বাৰে পেজ থ্ৰীৰ বাতৰিত শিৰোণাম দখল কৰে সামান্থা আৰু নগা চৈতন্যৰ পুৰণি প্ৰেমৰ সম্পৰ্কৰ কাহিনীয়ে।

এই মুহূৰ্তত দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগ তোলপাৰ শোৱিতা ধুলিপালাৰ আৰু সামান্থাৰ প্ৰাক্তন স্বামী নগা চৈতন্যৰ প্ৰেমৰ গুঞ্জনত। ছমাহৰ বিচ্ছেদৰ অন্তত পুনৰ নতুন সম্পৰ্কৰ বাতৰি। এইবাৰ নগা চৈতন্য আৰু শোৱিতা ধুলিপালাৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ ক’লে সামান্থা ৰুথ প্ৰভুৱে।

Apply Now

সৰ্ব ভাৰতীয় এক সংবাদ মাধ্যমৰ আগত মুখ খুলিছে দক্ষিণৰ সুন্দৰী সামান্থা ৰুথ প্ৰভুৰ। প্ৰাক্তনৰ সম্পৰ্কৰ বিষয়ে সোধাত তেওঁ কয়, “মই একেবাৰেই চিন্তিত নহয় যে কোনে কাৰ লগত সম্পৰ্কত আছে। যিসকল মানুহে প্ৰেমৰ অৰ্থই বুজি নাপায়। মানুহক কন্দুৱাই যোৱা মানুহবোৰেই আকৌ ডেটিং কৰে।”

নগাৰ ওপৰত একপ্ৰকাৰ ক্ষুব্ধ সামান্থাই কয়, “অন্ততঃ সেই ছোৱালীজনী সুখী হওক। যদি তেওঁ নিজৰ আচৰণ সলনি কৰে। কোনো ছোৱালীকে যদি কষ্ট নিদিয়ে তেন্তে সেয়া সকলোৰে বাবে ভাল।”

অহা ১৪ এপ্ৰিলত ৰূপালী পৰ্দাত মুক্তি পাব সামান্থাৰ নতুন ছবি শকুন্তলম। শেহতীয়াকৈ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে অভিনেত্ৰীগৰাকী। একাধিক সংবাদ মাধ্যমৰ ম উখামুখি হৈছে অভিনেত্ৰীগৰাকী। ছবিখনৰ প্ৰচাৰৰ সময়তে সামান্থাই নিজৰ প্ৰাক্তনৰ নতুন সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়।

লণ্ডন ভ্ৰমণত শোৱিতা ধূলিপালাৰ সৈতে নগা চৈতন্যৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।ইয়াৰ পিছত তেওঁলোকৰ বিবাহৰ উৰাবাতৰি বিয়পি পৰে। যদিও এই প্ৰসংগত তেওঁলোকৰ কোনোৱেই মুখ খোলা নাই। কিছুদিন পূৰ্বে দক্ষিণৰ সুন্দৰী সামান্থাই চিনেমাখনৰ প্ৰচাৰৰ সময়ত নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে মুকলিকৈ কৈছিল।

সৰ্বকালৰ হিট আৰু আন্তভা গীতত প্ৰদৰ্শন কৰাটোও বৰ সহজ নাছিল। পাৰিবাৰিক সম্পৰ্কক অৱজ্ঞা কৰি আইটেম ডান্সত সামান্থাই প্ৰদৰ্শন কৰে। দক্ষিণৰ লেডী ছুপাৰষ্টাৰ সামান্থাৰ খামুচিয়া কঁকাল দৰ্শকৰ হৃদয়ত জিলিকি উঠিল পুষ্পা দ্য ৰাইজৰ অ’ আন্তাভা গীতটোত। নগা চৈতন্যৰ সৈতে ব্ৰেকআপৰ কথা ঘোষণা কৰাৰ ঠিক আগতেই  সামন্থাই  অ’ আন্তভাৰ প্ৰস্তাৱ পাইছিল।

পৰিয়াল বা বন্ধু-বান্ধৱীয়েও বিচৰা নাছিল যে এনে পৰিস্থিতিত সামান্থাই আইটেম ডান্সত কঁকাল নচুৱাওক। কিন্তু, সামান্থাই স্পষ্ট কৰি দিছিল যে তেওঁ নিজৰ বিবাহিত জীৱন ৰক্ষাৰ বাবে ১০০ শতাংশ চেষ্টা কৰিছে। সেয়ে, কামৰ সৈতে তেওঁ কোনো আপোচ নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd