• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2023:চিন্নাস্বামীত শ্বাসৰুদ্ধকৰ যুঁজত বাংগালুৰু বধ লক্ষ্ণৌৰ; নায়ক নিকোলাছ, ষ্ট’ইনিছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2023 7:59 am
ফটো সৌজন্য: আইপিল।

ফটো সৌজন্য: আইপিল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিয়মীয়াকৈ আই পি এল চাই থকা দৰ্শকে এতিয়া কেৱল মেচ চালেই নহ’ব, নিয়মীয়াকৈ যোগ-ব্যায়াম কৰি সুস্থ হৈয়ো থাকিব লাগিব। কিয়নো একেৰাহে এনে ৰুদ্ধশ্বাস মেচ চাবলৈ হ’লে হাৰ্ট সুস্থ থকা প্ৰয়োজন! শেষ বলটোৰ উত্তেজনাৰ কথা কোৱাৰ প্ৰয়োজনেই নাই।

এটা দলৰ শেষৰ পাঁচ অভাৰৰ ষ্ট্ৰাইক ৰেট আটাইতকৈ ভাল। আনটো দলৰ শেষ পাঁচ অভাৰত ইক’নমি ৰেট আটাইতকৈ বেয়া। প্ৰথম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। আনটো হৈছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।

ফটো সৌজন্য: আইপিএল।

এই দুটা দল মুখামুখি হোৱাৰ লগে লগে আশা কৰা ধৰণে উত্তজনাময় হৈ পৰিল মেচখনৰ শেষৰ পাঁচ অভাৰ। ৰাণৰ পাহাৰ গঢ়িও লক্ষ্ণৌৰ বেটছমেনৰ চমকৰ বাবে চিন্নাস্বামীত ইডেনৰ স্মৃতিৰ পুনৰাবৃত্তি কৰে ফেফ ডু প্লেছিছে। আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুলৰ মুখত ফুটিল বিজয়ৰ হাঁহি।

Apply Now

আই পি এল মানেই হ’ল নেৰানেপেৰা বাউণ্ডেৰী-অভাৰ বাউণ্ডেৰীৰ ফুলজাৰি।    বলাৰসকলে এই ক্ষেত্ৰত অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ব লগা হয়। আৰু ফিল্ডাৰসকল যেন সাক্ষী গোপালহে। চিন্নাস্বামীও ইয়াৰ ব্যতিক্ৰম নাছিল।

ফটো সৌজন্য: আইপিএল।

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত বিৰাট কোহলীয়ে আক্ৰমণাত্মক ইনিংছ খেলিছিল। ৪৪টা বলত ৬১ ৰানত চাৰিটা চাৰিটা চাৰি আৰু চাৰিটা ছয় কোবায়।  কোহলীয়েই নহয়, ডু প্লেছিছেও অধিনায়কৰ ইনিংছ খেলিছিল। মেক্সৱেলে অৰ্ধ শতক (৫৯) কৰে। আৰ চি বিয়ে মাত্ৰ দুটা উইকেট হেৰুৱাই  ২১২ ৰান সংগ্ৰহ কৰে। বাংগালুৰুৰ বেটছমেনে ঘৰুৱা অনুৰাগীয়ে বিচৰা ধৰণেই বেটিং প্ৰদৰ্শন কৰে।

তথাপি, আৰ চি বিৰ অনুৰাগীসকল হতাশ হৈ ষ্টেডিয়াম এৰিবলগীয়া হ’ল। আৰ চি বিৰ বলাৰসকলে দলটোক এক কঠিন পৰিস্থিতিত পেলাই দিলে।

ফটো সৌজন্য: আইপিএল।

যদিও লক্ষ্ণৌৰ টপ অৰ্ডাৰ ব্যৰ্থ হ’ল, তথাপিও দলটোৱে মিডল অৰ্ডাৰত থকা দুই তাৰকা ষ্ট’ইনিছ আৰু নিকোলাছ পুৰাণৰ দমনীয় বেটিঙেৰে খেলখনলৈ ঘূৰি আহিল। পুৰাণৰ দুটা অভাৰৰ খেলতে লক্ষ্ণৌৰ ফালে ঘূৰি গ’ল খেলখন। লক্ষ্ণৌৱে তেওঁক নিলামৰ বাবে কিয় ইমান আগ্ৰহী আছিল তাৰ প্ৰমাণ পোৱা গ’ল।

শেষ মুহূৰ্তত তিনিটা উইকেট হেৰুৱালেও টেইল এণ্ডাৰসকলে চাপত যুঁজ অব্যাহত ৰাখে। ছয় মাৰি হিট উইকেট হৈ উভতি যায় বাডোনি। মেচখন আৰু শ্বাসৰুদ্ধকৰ হৈ পৰে। যেতিয়া জয়ী হ’বলৈ আৰু এটা ৰানৰ প্ৰয়োজন হ’ল, তেতিয়া হৰ্শলে নন ষ্ট্ৰাইকাৰৰ দিশত ৰবি বিষ্ণোইক আউট কৰিলেও তাতো বিফল হ’ল।

ফটো সৌজন্য: আইপিএল।

মুঠতে আৰ চি বিয়ে বিভিন্ন ধৰণে বহুত চেষ্টা কৰিছিল যদিও দিনটো আছিল ৰাহুলৰ। আনকি অতি গহীন গৌতম গম্ভীৰেও ঘৰতেই কোহলীক পৰাস্ত কৰাৰ উত্তেজনা লুকুৱাই ৰাখিব পৰা নাছিল।

সংক্ষিপ্ত স্ক’ৰ: 

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু : ২১২/২ (কোহলী-৬১, ডু প্লেছিছ-৭৯*)
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ: ২১৩/৯ (ষ্ট’ইনিছ -৬৫, পুৰাণ-৬২)
১ উইকেটত বিজয়ী লক্ষ্ণৌ ছুপাৰ জায়েন্টছ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd