• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অন্তৰ্বাসৰ স্ৰাৱৰ ৰঙে যৌনাংগৰ ৰোগক নিৰ্দেশ কৰে নেকি? জানিবলৈ চাওক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2023 1:20 pm
626
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন জীৱনত সুখ পাবলৈ হ’লে প্ৰথমে যৌনাংগৰ যত্ন ল’ব লাগিব। শৰীৰটো সকলো দিশতে সুস্থ হ’লেহে যৌন সম্পৰ্কৰ আকাংক্ষা বাঢ়িব। আমি শৰীৰৰ বাকী পাঁচটা অংশৰ যিমান যত্ন লওঁ, যৌনাংগ তথা যোনিৰ ক্ষেত্ৰত আচলতে লোৱা নহয়!

বয়সৰ লগে লগে মহিলাৰ যোনিও সলনি হয়। সংক্ৰমণৰ ফলত প্ৰসৱৰ পিছত আৰু ঋতুস্ৰাৱৰ প্ৰাকক্ষণতো যোনিৰ পৰিৱৰ্তন ঘটে। যোনিৰ বিষ, খজুৱতি, জ্বলা-পোৰাৰ ফলত যৌন সম্পৰ্কৰ সময়ত অসন্তুষ্টিৰ সৃষ্টি হ’ব পাৰে। চৰম সুখ উপভোগ কৰাত বাধা আহিব পাৰে।

আপোনাৰ অন্তৰ্বাসে আপোনাৰ যোনি সুস্থ হয় নে নহয় সেই ইংগিতো প্ৰদান কৰে। প্ৰতিগৰাকী মহিলাই নিজৰ অন্তৰ্বাসত কিছু দাগ দেখা পায়। সেই দাগ বগাস্ৰাৱৰ বাবেও হ’ব পাৰে। যোনিৰ পৰা নিৰ্গত হোৱা তৰল পদাৰ্থই শৰীৰ অৰ্থাৎ যোনিৰ অৱস্থাৰ কথাও কয়।

Apply Now

স্বচ্ছ শ্বেতস্রাৱ :

ঋতুচক্ৰৰ আগতে এই ধৰণৰ বগা স্ৰাৱই মূলতঃ ডিম্বাণু নিঃসৰণৰ ইংগিত দিয়ে।

গাখীৰৰ দৰে বগা স্ৰাৱ:

স্বচ্ছ শ্বেতস্ৰাৱৰ নিৰ্গমনৰ আগতে কেতিয়াবা গাখীৰৰ দৰে বগা তৰল পদাৰ্থও নিৰ্গমন হয়। এই ধৰণৰ তৰল পদাৰ্থই যোনিৰ কোষসমূহক সুস্থ কৰি ৰাখে। আনকি সংগমতো ই সহায় কৰে। যেতিয়ালৈকে এই ধৰণৰ তৰল পদাৰ্থৰ কোনো গোন্ধ নাথাকে তেতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই।

হালধীয়া বা সেউজীয়া ৰঙৰ স্ৰাৱ:

যদি স্ৰাৱৰ ৰং গাঢ় হালধীয়া বা সেউজীয়া হয় তেন্তে সাৱধান হওক। এই ধৰণৰ তৰল পদাৰ্থৰ নিৰ্গমন যৌন সংক্ৰামক ৰোগে শৰীৰত বাহ সজাৰ লক্ষণ হ’ব পাৰে। যোনিৰ পৰা এনে স্ৰাৱ ওলোৱাৰ লগে লগে প্ৰচণ্ড গোন্ধ, প্ৰস্ৰাৱৰ সময়ত বিষ আৰু যোনিত খজুৱতি হ’লে সাৱধান হওক। লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

গোলাপী ৰঙৰ স্ৰাৱ:

বহুতৰে ঋতুস্ৰাৱৰ আগতে পাতল গোলাপী ৰঙৰ দাগ পৰে। বহু সময়ত জৰায়ুত সংক্ৰমণ হ’লে শৰীৰৰ ভিতৰতো ৰক্তক্ষৰণ হয়। গোলাপী ৰঙৰ স্ৰাৱ তেতিয়াও হ’ব পাৰে।

ধূসৰ ৰঙৰ স্ৰাৱ:

শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণে এই ধৰণৰ স্ৰাৱৰ সৃষ্টি কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd