• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহুৰ বতৰত কেইটিমান বিহুনামৰ যোজনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2023 3:44 pm
Bihu
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঙালী বিহুত বিভিন্ন ধৰণৰ নাম গোৱা হয়। তাৰে কিছুমান বিৰহৰ, কিছুমান প্ৰেম আৰু যৌনতাৰ আৰু কিছুমান বিহুনাম প্ৰকৃতি বিষয়ক। ৰাতি বিহু, গছতলৰ বিহ, জেং বিহু, হুচৰি আদি না না পৰম্পৰা অনুসৰি বিভিন্ন ধৰণৰ বিহু নাম প্ৰচলিত আছে। এই বিহু নাম সমূহ অসমৰ চহা লোকসকলে বিভিন্ন সময়ত ৰচনা কৰি আহিছে।
আজিৰ পৰা শ শ বছৰৰ আগতে কিছুমান অনাখৰী মানুহে ৰচনা কৰি থৈ যোৱা এই বিহুনাম সমূহ অসমীয়া জাতিৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক সমল। প্ৰেমৰ কবিতা হিচাপেও বিহুনাম সমূহক মহৎ সাহিত্যৰ স্থানত ৰাখিব পাৰি।

ৰঙালী বিহুৰ উপলক্ষে সেয়ে আজি আপোনালোকলৈ সততে পৰিৱেশন কৰা কেইটামান বিহুৰ যোজনা আগবঢ়াই দিলোঁ –

(ক)

ঔৰে গছতে মৌৱে বাঁহে ল’লে
অ’ ককাই পাৰি দিয়া ঐ খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি ঐ
অ’ বিহু নাচিবলৈ যাওঁ॥

(খ)

হাই ঐ তোমালৈ যিমানে মৰম ঐ চেনাইটি
ঐ আনলৈ সিমানেই ঐ নাই
আশা কৰাই কৰাই নিৰাশা কৰিলা ঐ
তোমাৰ সমান নৰকী নাই।

(গ)

ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত।
তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ
তোমাক নাপালোহি ঘৰত।

(ঘ)

তোমাৰে ঘৰলৈ চাইকেল মাৰি গৈছিলো
আকাশে উৰিলে ধূলি
মোকে যোৱা দেখি তোমাৰ বাপেৰে
খাজিছে বন্দুকৰ গুলী।

(ঙ)
ধানে দায়ে গ’লা পাচলৈ নাচালা
এৰিলা চেনেহৰ থোক
বামে পাই লাখুটি যিদৰে এৰিলা
সেইদৰে এৰিলা মোক

(চ)

হাতী হেৰুৱালো লিহিৰি বনতে
ঘোঁৰা হেৰুৱালো ৰণত
পাই হেৰুৱালো তোকে ধন চেনাই ঐ
এনুৱা যৌৱনৰ কালত।

(ছ)

এই বেলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ ;
নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই
গৰকি ভাঙি যায় যঁতৰ ।

(জ)

আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই ;
সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

August 19, 2025 3:53 pm
‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

‘ইণ্ডিয়া’ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী; আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো

August 19, 2025 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd