• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ হানি সিঙৰ বিৰুদ্ধে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2023 6:34 pm
Honey Singh
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা বিতৰ্ক শেষ হোৱাৰ আগতেই যেন আন এটা বিতৰ্কত লিপ্ত হয় হানি সিং।

বৃহস্পতিবাৰে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স থানাত তেওঁৰ বিৰুদ্ধে অপহৰণ আৰু নিৰ্যাতনৰ অভিযোগ দাখিল কৰা হয়। অভিযোগ অনুসৰি হানি সিং আৰু তেওঁৰ সহযোগীয়ে এটা ইভেণ্ট কোম্পানীৰ মেনেজাৰক অত্যাচাৰ কৰি অপহৰণ কৰিছিল।

Apply Now

ইভেণ্ট মেনেজাৰ বিবেক ৰমনে অভিযোগ কৰে যে হানিৰ সৈতে ধনৰ লেনদেন সন্দৰ্ভত হোৱা বিবাদৰ বাবে ১৫ এপ্ৰিলত তেওঁৰ অনুষ্ঠান বাতিল কৰিছিল। ইয়াৰ পিছত হানি আৰু তেওঁৰ সহযোগীসকলে তেওঁক অপহৰণ কৰি অত্যাচাৰ চলাইছিল।

ঘটনা সন্দৰ্ভত বিকেচি থানাত এজাহাৰ দাখিল কৰিছে বিবেক ৰমনে।

এই অভিযোগৰ প্ৰত্যুত্তৰ দি হানীয়ে লিখিছে, “ৰমনৰ এই অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। উক্ত কোম্পানীটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। সেই ব্যক্তিজনে মোৰ চৰিত্ৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে, তেখেতৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হ’ব।”

উল্লেখ্য যে হানি সিঙৰ ওপৰত এখন তথ্যচিত্ৰ অতি সোনকালে OTT প্লেটফৰ্মত মুক্তি পাব। তাত তেওঁ নিজৰ জীৱন আৰু ৰেপৰ জগতত আত্মপ্ৰকাশ কৰাৰ পৰাই হোৱা নিজৰ বিষণ্ণতাৰ কথা কৈছে। ইয়াৰ পূৰ্বেও কেইবাবাৰো আইনী জটিলতাৰ সৈতে জড়িত হৈ পৰিছিল ৰেপ তাৰকাগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am
ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

ইনষ্টাগ্ৰামত ছোনিয়া গান্ধী! মুকলি কৰিলে আত্মজীৱনী ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ৰ প্ৰথম আভাস

October 23, 2026 7:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd