• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলি হ’ল ‘শিক্ষা সেতু অসম’ পৰ্টেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2023 4:52 pm
13.6k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে গুৱাহাটীত শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত ‘শিক্ষা সেতু অসম’ পৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

গুৱাহাটীৰ কাহিলীপাৰাত পৰ্টেল মুকলিৰ এই অনুষ্ঠান অনুষ্ঠিত হয়। কৰ্মচাৰীৰ লগতে ছাত্ৰ–ছাত্ৰীৰ তথ্যকে ধৰি চৰকাৰী বিদ্যালয় সম্পৰ্কীয় সকলো সবিশেষ তথ্য সংগ্ৰহৰ বাবে এই পৰ্টেল আৰম্ভ কৰা হৈছে।

ইফালে, ‘শিক্ষা সেতু অসম’ পৰ্টেল মুকলি কৰাৰ পিছত ৰাজ্যখনে ‘স্কুল প্ৰফাইল উন্নীতকৰণ সপ্তাহ’ পালন কৰিব লাগিব। ইয়াৰ দ্বাৰা বিদ্যালয় সমূহৰ সকলো তথ্য পৰ্টেলটোত আপলোড কৰা হ’ব।

From April 24-30, 2023 we will be observing the School Profile Updation Week, wherein 360 degree information on schools will be uploaded in the Siksha Setu Asom Portal.

Hence, requesting Principals/Headmasters/Headmistress of elementary & secondary schools to upload the… pic.twitter.com/1QovmTLPFJ

— Ranoj Pegu (@ranojpeguassam) April 24, 2023

অনুষ্ঠানত ভাষণ দি ৰানোজ পেগুৱে কয়, “এই পৰ্টেলৰ সহায়ত আমি শিক্ষাখণ্ডক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিবলৈ খুজিছোঁ।”

উল্লেখ্য যে ২৪ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ অসমত ‘স্কুল প্ৰফাইল উন্নীতকৰণ সপ্তাহ’ৰ চলিব। এই কথা জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে।

Recent News

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

চাকৰি নাই, যুৱক-যুৱতীসকলৰ মাজত নিবনুৱাৰ হাৰ ১৫.৩ শতাংশলৈ বৃদ্ধি! কেন্দ্ৰৰ প্ৰতিবেদনত প্ৰকাশ পালে তথ্য

ৰেখাইন, শাসনব্যৱস্থাৰ পৰিৱৰ্তন আৰু আঞ্চলিক স্থিৰতা: এক ভূ-ৰাজনৈতিক বিশ্লেষণ

ৰেখাইন, শাসনব্যৱস্থাৰ পৰিৱৰ্তন আৰু আঞ্চলিক স্থিৰতা: এক ভূ-ৰাজনৈতিক বিশ্লেষণ

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

মধ্যপ্ৰাচ্যৰ পিছত এছিয়াতো যুদ্ধৰ আশংকা! বৃদ্ধি পাইছে চীন-টাইৱানৰ মাজত উত্তেজনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd