• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খ্ৰীষ্টানক চেৰ পেলাই অতি সোনকালেই বিশ্বত জনসংখ্যাৰ অভিলেখ গঢ়িব মুছলমানে

ভাৰতত মুছলমানৰ সংখ্যাই হয়তো বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে। সমীক্ষা অনুসৰি ২০৬০ চনত ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব যদিও ২০৬০ চনত ভাৰতত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৩ কোটি হ’বগৈ। সেয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ভাৰতত থাকিব।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 29, 2023 2:31 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ তথা লোকপিয়লসমূহ বিশ্লেষণ কৰি প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অতি সোনকালেই ইছলাম হ’ব বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা ধৰ্ম। বৰ্তমান বিশ্বত খ্ৰীষ্টান ধৰ্মীয় লোকৰ জনসংখ্যা আটাইতকৈ বেছি যদিও অতি সোনকালেই খীষ্ট্ৰানক অতিক্ৰম কৰিব মুছলমানে।

প্ৰতিবেদন অনুসৰি ইছলাম বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে ২০৬০ চনৰ ভিতৰত বৰ্তমানৰ তুলনাত মুছলমানৰ জনসংখ্যা বহুগুণ বৃদ্ধি হ’বলৈ গৈ আছে। এই মুহূৰ্তত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ২০ কোটি। জনসংখ্যাৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মৰ পিছতেই আছে ইছলাম ধৰ্ম।

Apply Now

লগতে পঢ়কঃ বাজি মাৰি ৯০ মিনিটত খালে ২২ পেগ মদ; টেটুলৈকে গিলি কৰুণ পৰিণতি যুৱকৰ

‘The Future of World Religions: Population Growth Projections, 2010-2050’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১৫ চনত মুছলমান জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৭০ শতাংশ বৃদ্ধি পাইছে। এইদৰে বৃদ্ধি পালে ২০৬০ চনত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’বলৈ গৈ আছে। যদি সেয়ে হয় তেন্তে বিশ্বৰ ভিতৰত ভাৰতেই হ’ব সৰ্বাধিক মুছলমান লোক বাস কৰা ৰাষ্ট্ৰ।

ভাৰতত মুছলমানৰ সংখ্যাই হয়তো বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে। সমীক্ষা অনুসৰি ২০৬০ চনত ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব যদিও ২০৬০ চনত ভাৰতত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৩ কোটি হ’বগৈ। সেয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ভাৰতত থাকিব।

লগতে পঢ়কঃ টকাৰ বাহাদুৰী! ৩ লাখ টকীয়া কাপত চাহ খায় নীতা আম্বানীয়ে! কিয় এই কাপটোৰ ইমান দাম?

সংস্থাটোৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে একে সময়তে বিশ্বৰ ৯.৫ শতাংশ মুছলমান জনসংখ্যা পাকিস্তানত আৰু ৬.১ শতাংশ বাংলাদেশত থাকিব। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৯.৪ শতাংশ হ’ব ভাৰতৰ মুছলমান জনসংখ্যা, যিটো বিশ্বৰ মুছলমান জনসংখ্যাৰ ১১.১ শতাংশ।

ইতিহাসত প্ৰথমবাৰৰ বাবে মুছলমানৰ সংখ্যা বিশ্বজুৰি খ্ৰীষ্টানৰ সংখ্যাৰ প্ৰায় সমান হ’ব। পিউ ৰিচাৰ্চৰ হিচাপ অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বত ২.৮ বিলিয়ন মুছলমান আৰু ২.৯ বিলিয়ন খ্ৰীষ্টান থাকিব।

ইউৰোপত মুঠ জনসংখ্যাৰ ১০ শতাংশ হ’ব মুছলমান। আমেৰিকাত ২০১০ চনৰ খ্ৰীষ্টান জনসংখ্যাৰ তিনি চতুৰ্থাংশতকৈ অধিকৰ পৰা ২০৫০ চনত দুই তৃতীয়াংশলৈ হ্ৰাস পাব। আৰু দেশখনত ধৰ্মৰ ফালৰ পৰা ইহুদীতকৈ মুছলমানৰ সংখ্যা বেছি হ’ব।

উল্লেখ্য যে এই সমীক্ষা অনুসৰি আগন্তুক ১০ বছৰত বিশ্বৰ জনসংখ্যা প্ৰায় ৩২ শতাংশ বৃদ্ধি পাব। আনহাতে, মুছলমান জনসংখ্যা প্ৰায় ৭০ শতাংশ বৃদ্ধি পাব। ২০৬০ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’ব।

লগতে পঢ়কঃ অমিত শ্বাহৰ আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াৰ

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd