• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় বায়ুসেনাৰ অসাধ্য সাধন : লাইট অবিহনে বিমান অৱতৰণ কৰি ৰক্ষা কৰিলে ১২১ যাত্ৰীৰ ‎প্ৰাণ

যোৱা ২৭ এপ্ৰিলৰ মাজনিশা চুডানৰ পৰা ১২১জন ভাৰতীয় নাগৰিকক লৈ  উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানে। কিন্তু যি বিমানবন্দৰৰ পৰা তেওঁলোকে উৰা মাৰিছিল, তাত লাইটিং বা আন কোনো পোহৰৰ পৰ্যাপ্ত সুবিধা নাছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2023 3:41 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ুসেনাই এক দুঃসাধ্য সাধন কৰিছে। এইবাৰ ভাৰতীয় বায়ুসেনাৰ পাইলটে লাইট নোহোৱাকৈ বিমান অৱতৰণ আৰু উৰণৰ দ্বাৰা ৰক্ষা কৰিলে ১২১ জন যাত্ৰীৰ প্ৰাণ।

চুডানত চলি থকা ৰাজনৈতিক-সামৰিক সংঘৰ্ষৰ মাজৰ পৰা প্ৰবাসী ভাৰতীয় নাগৰিক সকলক ঘূৰাই অনাৰ বাবে  কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘অপাৰেশ্যন কাবেৰী’। অপাৰেশ্যন কাবেৰীৰ জৰিয়তে অৰ্হনিশে ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Apply Now

এফালে চুডানৰ সাগৰীয় বন্দৰৰ পৰা জলপথেৰে ভাৰতীয় নৌ সেনাই ভাৰতীয় সকলক ঘূৰাই আনিছে। ইফালে বায়ুসেনাই উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰিছে চি–১৩০ জে নামৰ বিশেষ বিমান।

যোৱা ২৭ এপ্ৰিলৰ মাজনিশা চুডানৰ পৰা ১২১জন ভাৰতীয় নাগৰিকক লৈ  উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ বিমানে। কিন্তু যি বিমানবন্দৰৰ পৰা তেওঁলোকে উৰা মাৰিছিল, তাত লাইটিং বা আন কোনো পোহৰৰ পৰ্যাপ্ত সুবিধা নাছিল। কেৱল সেয়াই নহয়, বিমানৰ ৰাণৱেত আছিল বহু গাঁত আৰু খাৱৈ। ইয়াৰ মাজতে ভাৰতীয় বায়ুসেনাৰ পাইলটে কেৱল নাইট ভিজন গগলছ পিন্ধি বিমানখন অৱতৰণ কৰিবলৈ সক্ষম হয়।

চুডানৰ ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰত অৱস্থিত ৱাডি ছায়িদনাৰ পৰা ১২১ জন ভাৰতীয়ক কঢ়িয়াই অনা বায়ুসেনাৰ চি–১৩০জে বিমানখনে উৰা মাৰিছিল। এই বিমানপথত কোনো ধৰণৰ পোহৰৰ ব্যৱস্থা নাছিল। আনকি বিমানত ইন্ধন ভৰোৱাৰ ব্যৱস্থাও নাছিল। ইপিনে ৰাণৱেটোও সম্পূৰ্ণ মসৃণ নাছিল। কিন্তু বায়ুসেনাৰ পাইলটসকলে অতি দক্ষতাৰ পৰিচয় দি নৈশ দৃষ্টিশক্তি চশমাৰ সহায়ত বিমানখন নিৰাপদে উৰুৱাইছিল।

ইয়াৰ পূৰ্বে সেই বিমানপথত অৱতৰণ কৰাৰ সময়তো বিমানখনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। পোহৰৰ অভাৱত বিমানখনৰ অৱতৰণ অতি বিপদজনক আছিল। এই সন্দৰ্ভত বায়ুসেনাই জনোৱা মতে, বিমানখন এয়াৰষ্ট্ৰিপৰ ওচৰলৈ অহাৰ লগে লগে পাইলটসকলে ইনফ্ৰাৰেড চেন্সৰ ব্যৱহাৰ কৰে। তাৰ পৰাই তেওঁলোকে বুজিব পাৰে যে ৰাণৱেত কিবা বাধা আছে নেকি। বায়ুসেনাৰ তথ্য অনুসৰি উৰণতকৈ বিমানখনৰ অৱতৰণ স্বাভাৱিকতে অধিক বিপজ্জনক আৰু কঠিন আছিল।

ইয়াৰ পিছতে ১২১ জন লোক লৈ বিমানখনে ছৌদি আৰৱৰ জেদ্দালৈ ৰাওনা হয়। এই সমগ্ৰ অপাৰেশ্যনত ডেৰ–দুই ঘণ্টা সময় লাগে। উদ্ধাৰ কৰা ভাৰতীয়সকলৰ ভিতৰত এগৰাকী গৰ্ভৱতী মহিলাও আছিল বুলি বায়ুসেনাই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd